• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলী জিলা উপায়ুক্তৰ ৰোষত পলমকৈ কাৰ্য্যালয়ত উপস্থিত হোৱা বিষয়া-কৰ্মচাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2018 1:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাজুলী জিলা উপায়ুক্ত পল্লব গোপাল ঝাই জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াৰ ওপৰত ক্ষুণ্ণ হৈ পৰাটো পৰিলক্ষিত হয়। লক্ষণীয় যে  কাৰ্য্যালয়ৰ বাবে নিৰ্ধাৰিত কৰি দিয়া সময়তকৈ পলমকৈ কাৰ্য্যালয়ত উপস্থিত থকাৰ বাবে মাজুলীৰ উপায়ুক্ত জনে কেইবাটাও বিভাগৰ বিষয়া-কৰ্মচাৰী সকলক শ্বক’জ প্ৰদান কৰে। জানিব পৰা মতে মাজুলী জিলা প্ৰশাসনৰ অন্তৰ্গত ৭ জন বিষয়া আৰু ৭২ জন কৰ্মচাৰীলৈ জিলা উপায়ুক্ত গৰাকীয়ে শ্ব’কজ প্ৰদান কৰিছে। উল্লেখযোগ্য যে জনস্বাস্থ্য কাৰিকৰী বিষয়া,  শ্ৰম পৰিদৰ্শক বিষয়া, মহকুমা পৰিসংখ্যা বিষয়া তথা মাজুলী জিলাৰ অন্তৰ্গত সমবায় সমূহৰ সহ-পঞ্জীয়ককো জিলা উপায়ুক্ত জনে কাৰ্য্যালয়ত পলমকৈ উপস্থিত থকাৰ উপযুক্ত কাৰণ বিচাৰি শ্ব’কজ প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে  জলসম্পদৰ কাৰ্য্যবাহী অভিযন্তা, মহকুমা পশু চিকিৎসা বিষয়া আৰু মীন উন্নয়ন বিষয়াকে ধৰি মুঠ ১১ টা কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীলৈ এই শ্বক’জ প্ৰদান কৰা হৈছে বুলি মাজুলী জিলা প্ৰশাসনে সদৰি কৰে। নৱবৰ্ষৰ পহিলা দিনটোৰ পৰা অসম চৰকাৰে ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মসূচী ১০ বজাৰ পৰিবৰ্তে ৯:৩০ বজা কৰিছিল। এই ক্ষেত্ৰত ৰাজ্যৰ কৰ্মচাৰী সকলৰ মাজৰে কিছুসংখ্যক নিৰ্ধাৰিত সময়ত কাৰ্য্যালয়ত উপস্থিত নথকাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল।

Apply Now

সুত্ৰমতে অহা ৫ জানুৱাৰীৰ ভিতৰত কাৰ্য্যালয়ত পলমকৈ উপস্থিত  হোৱাৰ প্ৰকৃত কাৰণ দৰ্শাবলৈ উপায়ুক্ত জনে এক নিৰ্দেশনা জাৰি কৰে। জানিব পৰা মতে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী সকল সময়মতে কাৰ্য্যালয়ত উপস্তিত থাকে নে নাই সেই কথা চোৱা-চিতা কৰিবৰ কাৰণে মাজুলী জিলা উপায়ুক্ত পল্লব ঝাই  কাৰ্য্যবাহী দণ্ডাধীশৰ এটা দলক দ্বায়িত্ব দিছিল ।

 

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd