• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মানকাচৰৰ সীমান্ত অঞ্চলত বি এছ এফে জব্দ কৰিলে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ

NE NOW NEWS মুকেশ কুমাৰ সিং
ধুবুৰী , March 29, 2018 7:47 pm

1 min read

yaba
80
VIEWS
Share on FacebookShare on Twitter

এটা গোপন সূত্ৰৰ পম খেদি ২৮ মাৰ্চৰ নিশা সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ এটা দলে দক্ষিণ শালমাৰা জিলাৰ মানকাচৰ সীমান্ত অঞ্চলত বৃহৎ পৰিমাণৰ নিষিদ্ধ, নিচাকাৰক টেবলেট জব্দ কৰে। দলটোৱে য়া-বা (Ya ba) নামৰ এই নিষিদ্ধ টেবলেটৰ মুঠ ৪৫০০ পেটি উদ্ধাৰ কৰে।

অভিযানৰ সময়ত বি এছ এফৰ দলটোৱে এই নিষিদ্ধ ড্ৰাগছবিধৰ সৰবৰাহত জড়িত থকাৰ অপৰাধত ছামচুল আলম (৩০) আৰু নুৰ মহম্মদ (৪৮) নামৰ দুজনক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোক দুয়োজনৰ ঘৰ মানকাচৰ আৰক্ষী থানাৰ অধীনৰ সোণাপাৰা গাৱঁত।

সূত্ৰটোৱে জনোৱা মতে জব্দ কৰা নিষিদ্ধ ঔষধখিনিৰ মূল্য প্ৰায় ৫ লাখ টকা হ’ব।

মন কৰিব লগীয়া যে এইটো হ’ল সীমান্ত সুৰক্ষা বাহিনীটোৱে জব্দ কৰা দ্বিতীয় বৃহৎ পৰিমাণৰ য়াবা ঔষধ।

যোৱা ১৪ মাৰ্চত সীমান্ত বাহিনীটোৱে গৌৰীপুৰৰ পৰা গুৱাহাটী অভিমুখে যাব লগীয়া এখন বাছৰ পৰা য়াবা টেবলেট জব্দ কৰিছিল। সূত্ৰটোৱে লগতে কয় যে দেশৰ বিভিন্ন নগৰ-মহানগৰবোৰত এই ঔষধৰ ব্যাপক চাহিদা আছে। অসম তথা সমগ্ৰ উত্তৰ-পূবৰে সৈতে সংলগ্ন আন্তঃৰাষ্ট্ৰীয় সীমান্তইদি এই ঔষধবোৰ এই অঞ্চলবোৰলৈ সৰবৰাহ হৈ আহিছে।

উল্লেখযোগ্য যে য়াবা (Ya ba)ত কেফেইন আৰু মিথামফেটামিন (Methamphetamine) যুক্ত এই টেবলেটবোৰ ম্যানমাৰ, থাইলেণ্ড, ফিলিপাইন, ইণ্ডোনেছিয়া আদিৰ নিষিদ্ধ ড্ৰাগছৰ বজাৰত এই টেবলেটৰ বহুল প্ৰচলন আছে।

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd