• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত ৰাজহুৱা বিতৰণ ব্যৱস্থাত অনিয়মৰ অভিযোগ, প্ৰকৃত হিতাধিকাৰীয়ে নাপায় সুলভ মূল্যৰ চাউল

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
July 7, 2018 6:43 pm
PDS

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
Apply Now

ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু ৰেচন কাৰ্ডৰ নামত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত গুৰুতৰ অনিয়ম চলি থকাৰ কথা পোহৰলৈ আহিছে। মাৰ্ঘেৰিটাৰ কেটেতং সমবায় সমিতিৰ এগৰাকী সুলভ মূল্যৰ দোকানীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল প্ৰকৃত হিতাধিকাৰীক নিদি অধিক ধনৰ বিনিময়ত অন্য গ্ৰাহকক বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰাপ্ত অভিযোগ মতে বাসন্তী মহন (৪৮) নামৰ এজেণ্ট গৰাকীয়ে নীতিবৰ্হিভূতভাৱে একেটা ভোটাৰ পঞ্জীয়ন নম্বৰ দুটা নামত ব্যৱহাৰ কৰি সমবায় সমিতিৰ এজেণ্ট হিচাপে দীৰ্ঘদিনৰ পৰা সুলভ মূল্যৰ দোকান চলাই আছে।

তেওঁ চি চি ৱাই ৫৫৩৯৬২৮ ভোটাৰ পঞ্জীয়ন নম্বৰৰে নিজৰ নামত (বাসন্তী মহন) লং গাঁৱত এখন সুলভ মূল্যৰ দোকান চলাই অহাৰ লগতে একেটা ভোটাৰৰ পঞ্জীয়ন নম্বৰেৰেই মীৰা মহন (৫১ )ৰ নামত দৰিদ্ৰ সীমা ৰেখা তলৰ পৰিয়াল পৰিচয় উলিয়াই চৰকাৰী চাউল ভোগ কৰি আছে।

উল্লেখযোগ্য যে যি সময়ত গাঁৱৰ একাংশ দৰিদ্ৰ জনসাধাৰণে যোগান বিভাগৰ কাৰ্যালয়লৈ তাঁ‌ত বাতি কৰি মাহৰ পিছত মাহ ধৰি এখন সাধাৰণ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম নহয় নাইবা এখন ভোটাৰ পঞ্জীয়নপত্ৰ লাভ কৰিব নোৱাৰে তেনে সময়তে এজন যোগান বিভাগৰ পঞ্জীয়নভুক্ত এজেণ্টে কি দৰে একেটা ভোটাৰৰ পঞ্জীয়ন নম্বৰেৰে দুটা নামত এহাতে সুলভ মূল্য দোকানৰ এজেণ্ট আৰু আনহাতে উক্ত দোকানৰেই এগৰাকী বি পি এল গ্ৰাহক হ’ল সেয়া বিচাৰ্য বিষয়। উক্ত ঘটনা পোহৰলৈ অহাৰ পিছতেই তীব্ৰ ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে।

মন কৰিব লগীয়া যে, বছৰি নিম্নতম এক লাখ টকা উপাৰ্জনকাৰীয়ে লাভ কৰি থকা, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ মতে পূৰ্বতে পঞ্জীয়নভুক্ত কাৰ্ড সমূহ ১৫ জুলাই ২০১৬ ৰ ভিতৰত ঘূৰাই দিবৰ বাবে ৰাজ্যৰ খাদ্য আৰু যোগান মন্ত্ৰী ৰিহণ দৈমাৰীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি নিৰ্দেশনা জাৰি কৰিছিল যদিও মূৰকত গৈ মাৰ্ঘেৰিটাত কাৰ্যকৰী হোৱা দেখা নগল।

মাৰ্ঘেৰিটাৰ পূৰ্বৰ মহকুমাধিপতি বিক্ৰম কৈৰীয়ে এনে ভূৱা ৰেচন কাৰ্ডৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি মাৰ্ঘেৰিটা আৰু ডিগবৈ প্ৰায় ৩৫০০ৰো অধিক ভুৱা ৰেচন কাৰ্ড জব্দ কৰিবলৈ সক্ষম হৈছিল। কিন্তু বিষয়া গৰাকী হঠাতে মাৰ্ঘেৰিটাৰ পৰা বদলি হৈ যোৱাৰ বাবে ৰেচন কাৰ্ডৰ দ্ৰুত গতিত চলা পৰীক্ষণৰ কাম আধাতে অন্ত পৰে, যাৰ বাবে ৰেছন কাৰ্ডৰ বিসংগতি বিসংগতি হৈয়েই থাকিল। এই ক্ষেত্ৰত নৱনিযুক্ত মহকুমাধিপতি সুমিত সত্তাৱনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd