DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 30, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মিজোৰামৰ চৰকাৰী কৰ্মচাৰীৰ ধৰ্মঘট প্ৰত্যাহাৰ

ছাঙজুৱালা হামৰ by ছাঙজুৱালা হামৰ
December 8, 2017 12:04 pm
124
VIEWS
Share on FacebookShare on Twitter

মিজোৰাম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীৰ উমৈহতীয়া সংগঠন ফেডাৰেচন অফ মিজোৰাম গভ্ট এমপ্লইজ এণ্ড ওৱাৰ্কাৰ্ছ এ সপ্তম দৰমহা আয়োগৰ অনুমোদনৰ হাৰত দৰমহা বৃদ্ধিৰ দাবীত আহ্বান দিয়া তিনিদিনীয়া সৰ্বাত্মক ধৰ্মঘটৰ কাৰ্সূচী প্ৰত্যাহাৰ কৰিছে।

সংগঠনটোৰ সদস্যসকলে তিনিদিনীয়া সৰ্বাত্মক ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও মিজোৰামৰ গৃহমন্ত্ৰী আৰ লালজিৰলিয়ানাই চৰকাৰৰ স্থিতি স্পষ্ট কৰাৰ পিছত তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। চৰকাৰৰ ফালৰ পৰা স্পষ্ট কৰি দি কোৱা হৈছিল যে এই বিষয়ত সোনকালেই এখন অধ্যয়ন কমিটিয়ে দৰমহা বৃদ্ধিৰ বিষয়ে চৰকাৰক অনুমোদনৱলী পঠিয়াব।

আজি তেওঁলোকে ধৰ্মঘট কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ পূৰ্বে মিজোৰামৰ মুখ্যমন্ত্ৰী লাল থানহাৱলাই প্ৰতিবাদী কৰ্মচাৰীসকললৈ সকীয়নি দি তেওঁলোকে কাৰ্যসূচী প্ৰত্যাহাৰ নকৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিছিল।

কৰ্মচাৰী সংগঠনটোৰ নেতাসকলে কালি ৰাজ্যিক গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছিল আৰু বিষয়টো সম্পৰ্কে সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হৈ এক সমাধান সূত্ৰৰ সম্ভাৱনা বিচাৰি উলিয়ায়। ইয়াৰ পিছতে সংগঠনটোৱে তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে।

‘’গৃহমন্ত্ৰী গৰাকীয়ে আমাক আশ্বাস দিছে যে চৰকাৰে আমাৰ আবেদন গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে আৰু বিষয়টো সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছে,’’—কৰ্মচাৰী সংগঠনটোৰ নেতাসকলে জানিব দিয়ে।

আজিৰে পৰা কৰ্মচাৰীসকলে নিজ নিজ কামত যোগদান কৰিব ।

Recent News

গুজৰাট মডেল : ১৫৭ খন স্কুলৰ এগৰাকীও শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰিলে দশম শ্ৰেণীৰ পৰীক্ষাত

গুজৰাট মডেল : ১৫৭ খন স্কুলৰ এগৰাকীও শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰিলে দশম শ্ৰেণীৰ পৰীক্ষাত

জাতীয় নাৰী বাহিনীৰ নতুন সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে অৰুণা বৰাই

জাতীয় নাৰী বাহিনীৰ নতুন সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে অৰুণা বৰাই

ধেমাজিৰ চিলাপথাৰত ডাইনী কাণ্ড, মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

ধেমাজিৰ চিলাপথাৰত ডাইনী কাণ্ড, মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

স্তন কেঞ্চাৰৰ পৰীক্ষণ ঘৰতে কিদৰে কৰিব?

স্তন কেঞ্চাৰৰ পৰীক্ষণ ঘৰতে কিদৰে কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd