• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিজোৰামৰ জল-বিদ্যুৎপ্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 16, 2017 1:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মিজোৰামৰ কোলাশিবৰ ওচৰত নিৰ্মাণ কৰা ৬০ মেগাৱাট সম্পন্ন টুইৰিয়েল জল-বিদ্যুৎ প্ৰকল্পটো ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে।

ইতিমধ্যে আৰম্ভ হোৱা প্ৰকল্পটোৱে মিজোৰামক এই অঞ্চলটোত ত্ৰিপুৰা আৰু ছিকিমৰ পিছতে বিদ্যুৎ ৰাহি কৰা তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হৈছে।

Apply Now

টুইৰিয়েল নদীৰ এই গভীৰ বান্ধটো শক্তি মন্ত্ৰালয়ৰ অধীনত কেন্দ্ৰীয় প্ৰকল্প হিচাপে নিৰ্মাণ কৰা হৈছে আৰু নীপকোৱে ৰূপায়িত কৰিছে।

ইয়াৰে প্ৰথমটো গোট যোৱা ২৫ আগষ্টত আৰম্ভ হৈছিল দ্বিতীয়টো ২৮ নৱেম্বৰত আৰম্ভ হৈছিল।

আইজলত দিয়া ভাষণত মোডীয়ে কয়, সফলভাৱে আৰম্ভ হোৱা টুইৰিয়েলৰ জল-বিদ্যুৎ প্ৰকল্পটো মিজোৰামৰ প্ৰথমটো বৃহৎ কেন্দ্ৰীয় প্ৰকল্প।

১৩০২ কোটি টকা ব্যয়সাপেক্ষ প্ৰকল্পটো ১৯৯৮ চনৰ জুলাই মাহত বিত্তীয় বিষয়ক কেবিনেট কমিটিয়ে অনুমোদন দিয়াৰ পিছত সম্পূৰ্ণ হওতে প্ৰায় দুই দশক লাগিল। প্ৰস্তাৱিত প্ৰকল্পটোৰ আৰম্ভ হোৱাৰ সম্ভাৱ্য তাৰিখ আছিল ২০০৬ চনৰ জুলাই মাহ।

প্ৰকল্পটোৰ কামৰ প্ৰায় ৩০ শতাংশ কাম সম্পূৰ্ণ হোৱাৰ পিছত ২০০৪ চনৰ জুনত এক আন্দোলনৰ বাবে কাম বন্ধ কৰি দিয়া হৈছিল। নীপকোৰ নেৰানেপেৰা প্ৰচেষ্টা আৰু শক্তি মন্ত্ৰালয় তথা ড’নাৰ মন্ত্ৰালয়ৰ লগতে ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ সহযোগিতাত ২০১১ চনৰ জানুৱাৰীত প্ৰকল্পটোৰ কাম পুনৰ আৰম্ভ কৰা হৈছিল।

প্ৰকল্পটো ভিতৰুৱা অঞ্চলত অৱস্থিত হোৱাৰ বাবে বিভিন্ন অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ইয়াৰ ভিতৰত প্ৰকল্পৰ স্থানলৈ যোৱাৰ বাবে উপযুক্ত যোগাযোগ আন্তঃগাঁথনিৰ অভাৱ, মাটিৰ বেয়া অৱস্থাৰ বাবে হোৱা বিদ্যুৎ গৃহ সমূহত ব্যাপক বিদ্যুৎ যোগান ব্যহত হোৱা আৰু পৰ্যাপ্ত দক্ষ কৰ্মশক্তিৰ অভাৱ আছিল অন্যতম। এই কাৰকবোৰৰ বাবে প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠোতে দীঘলীয়া সময়ৰ প্ৰয়োজন হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

August 13, 2026 8:39 pm
ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

August 13, 2026 7:16 pm
যোৱা ১২ বছৰত ১০ লাখ কোটি টকাৰ বৃহৎ কৰ্পৰেট ঋণ বন্ধ কৰি দিছে মোডী চৰকাৰে

যোৱা ১২ বছৰত ১০ লাখ কোটি টকাৰ বৃহৎ কৰ্পৰেট ঋণ বন্ধ কৰি দিছে মোডী চৰকাৰে

August 13, 2026 6:23 pm
লিকাবালিৰ সমীপত অসম-অৰুণাচল সীমান্তত উত্তেজনা; শিলগুটি নিক্ষেপ, আৰক্ষীৰ গুলী

লিকাবালিৰ সমীপত অসম-অৰুণাচল সীমান্তত উত্তেজনা; শিলগুটি নিক্ষেপ, আৰক্ষীৰ গুলী

August 13, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

August 13, 2026 8:39 pm
ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

August 13, 2026 7:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd