• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্য মন্ত্ৰী হিচাপে সোণোৱালৰ ব্যৰ্থতাৰ সুযোগ লৈ হিমন্তইহে চৰকাৰ চলাইছে : ৰিপুন বৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 1, 2018 9:50 am
অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰা

ফাইল ফটো।

95
VIEWS
Share on FacebookShare on Twitter

সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত দলীয় অৱস্থাৰ বুজ ল’বলৈ সম্প্ৰতি উজনি অসম ভ্ৰমণ কৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই অভিযোগ কৰিছে যে পৰাজয়ৰ ভয়তে বিজেপি চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা নাই।

এই সময়ত পঞ্চায়ত পাতিলে বিজেপিক ৰাজ্যৰ ভোটাৰে উচিত প্ৰত্যুত্তৰ দিব বুলি ৰাজ্যিক সভাপতিজনে মন্তব্য কৰে। আনহাতে তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰি ৰিপুণ বৰাই কয় যে ব্যক্তিত্ব ভাল হ’লেই নহ’ব কামবোৰো ভাল হ’ব লাগিব।

মুখ্য মন্ত্ৰী হিচাপে সোণোৱাল চূড়ান্ত ব্যৰ্থ হৈছে। মুখ্য মন্ত্ৰী হিচাপে সোণোৱাল আছে যদিও চৰকাৰ আচলতে হিমন্তইহে চলাইছে। চৰকাৰৰ সকলো কামকাজ হিমন্তইহে তদাৰক কৰে। ক্ৰম বৰ্ধিত নাৰীজনিত অপৰাধৰ বিষয়ে মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয় যে অসম আৰক্ষীৰ বিফলতা আৰু চৰকাৰৰ চূড়ান্ত হেমাহিৰ বাবেই অসমত নাৰীজনিত অপৰাধ বৃদ্ধি পাবলৈ ধৰিছে।

আনহাতে কেন্দ্ৰ বিজেপি চৰকাৰ তথা প্ৰধানমন্ত্ৰী মোদীকো আক্ৰমণৰ লক্ষ কৰি লয় বৰাই। তেওঁ কয় যে মোদীয়ে কাৰ চকীদাৰ হৈ কাম কৰিছে সকলোৱে দেখি আছে। বিজেপি চৰকাৰ কেৱল ফাঁকিত চলি আছে। তেওঁ লগতে কয় যে টু জি কেলেংকাৰি, বফ’ৰ্ছ কেলেংকাৰি বিজেপিৰ মিছা প্ৰচাৰহে আছিল। এইবোৰ সন্দৰ্ভত চি বি আয়ে আদালতত প্ৰমাণ দিব নোৱাৰিলে।

উল্লেখযোগ্য যে কালি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে তিনিচুকীয়াৰ কংগ্ৰেছ ভৱনত সংবাদমেলত এইদৰে কয়। তিনিচুকীয়াৰ পিছতে তেওঁ ডিগবৈলৈ যায় আৰু তাত এখন দলীয় সভাত উপস্থিত থাকে।

 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd