• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৃত্যু বাৰ্ষিকীত ‘’অসমৰ মহাত্মা গান্ধীলৈ’’ শ্ৰদ্ধাঞ্জলি যোৰহাটবাসীৰ

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
February 3, 2018 8:33 am
Krishna-sharma-1-570x320

যোৰহাটত থকা মুক্তিযোদ্ধা কৃষ্ণ শৰ্মাৰ প্ৰতিমূৰ্তি

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যবাসীয়ে পাহৰিলেও যোৰহাটৰ নাগৰিক সংগঠন’চিটিজেন ফৰাম’ৰ উদ্যোগত এমুঠিমান মানুহে অসমৰ মহাত্মা গান্ধী হিচাপে খ্যাত কৃষ্ণনাথ শৰ্মাক সোঁৱৰণ কৰিলে।

শুকুৰবাৰে তেওঁৰ মৃত্যু বাৰ্ষিকীত চহৰখনৰ দস এণ্ড কো চাৰিআলিৰ কবিতা কানন উদ্যানত থকা শৰ্মাৰ প্ৰতিমূৰ্তিত এই এমুঠিমান মানুহে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Apply Now

নিজৰ ব্যক্তিগত নামঘৰটোৰ দুৱাৰ হৰিজন সম্প্ৰদায়ৰ বাবে মুকলি কৰি দি উচ্চ বৰ্ণৰ লোকৰ ৰোষৰ বলি হোৱা শৰ্মাই মহাত্মা গান্ধীৰ আহ্বানত তেওঁৰ আইনৰ বৃত্তি বাদ দি স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল।

তেওঁৰ উদ্যোগতে ১৯২৬ চনত পাণ্ডুত কংগ্ৰেছ অধিৱেশন অনুষ্ঠিত হৈছিল।

১৯৩৪ চনৰ ১৮ এপ্ৰিলত গান্ধীয়ে যোৰহাট ভ্ৰমণৰ সময়তে তেওঁ নিজৰ নামঘৰটো হৰিজনসকলৰ বাবে মুকলি কৰি দিছিল যাতে সমাজত অস্পৃশ্য বুলি বিবেচিত লোকসকলে আৰাধনা কৰিব পাৰে। কিন্তু ইয়াৰ বাবে নিজৰ সম্প্ৰদায়ৰ ৰোষত পৰি তেওঁৰ লগতে পৰিয়ালটোকো এঘৰীয়া কৰি ৰাখিছিল।

মহাত্মা গান্ধীয়ে ভ্ৰমণ কৰা তেওঁৰ আশ্ৰমখন আৰু তেওঁৰ লগতে তেওঁৰ দ্বিতীয় পুত্ৰৰ সমাধি দুটা জৰাজীৰ্ণ আৰু অৱহেলিত হৈ পৰি ৰৈছে।

‘’ বিগত দিনত চৰকাৰে আমাৰ মুক্তিযোদ্ধাসকল আৰু সমাজ সংস্কাৰকসকলক তেওঁলোকৰ আত্মবলিদানৰ বাবে সুঁৱৰি সন্মান জনাইছে,’’-মহাপুৰুষ মাধৱদেৱ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক ৰাতুল বৰুৱাই কয়।

শৰ্মাই দৰিদ্ৰ আৰু শোষিতজনৰ বাবে অক্লান্ত কাম কৰি গৈছিল আৰু তেওঁ উত্তৰ পূৰ্বাঞ্চলত কানিৰ ব্যৱহাৰ বন্ধ কৰাৰ কামত নিয়োজিত হৈছিল। ১৯২৪ চনত কুলধৰ চলিহাৰ সভাপতিত্বত গঠিত এই বিষয়ক কমিটিখনৰ তেওঁ সদস্য আছিল।

এগৰাকী নিষ্ঠাৱান ব্ৰাহ্মণ শৰ্মাই অসমত হৰিজন কল্যাণ আঁচনি প্ৰস্তুত কৰি ১২ খন বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল।

কৃষ্ণ শৰ্মাৰ দ্বিতীয় পুত্ৰ কালিদাস দেৱ শৰ্মাই তেওঁৰ ভাতৃসকলৰ লগতে চৰকাৰৰ সাহায্যত তেওঁৰ পিতৃৰ সোঁৱৰণত এখন বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছিল য’ত কাঠমিস্ত্ৰী, কমাৰ শিল্পৰ লগতে আন বৃত্তিগত প্ৰশিক্ষণ দিয়া হৈছিল।

যোৰহাটৰ চিটিজেন ফৰামে তেওঁৰ প্ৰতিমূৰ্তিৰ লগতে থকা উদ্যানখন পৰিস্কাৰকৈ ৰখা আৰু ইয়াক সজাই তোলাৰ দায়িত্ব নিজেই গ্ৰহণ কৰিছে।

স্মিতা ভট্টাচাৰ্য

স্মিতা ভট্টাচাৰ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd