• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

মেঘালয়ৰ জিলা কাৰাগাৰত উন্মোচিত ই-প্ৰিজন ছফ্‌টৱেৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 26, 2018 5:47 pm
e prison software launched

মেঘালয়ৰ ভাৰপ্ৰাপ্ত গৃহমন্ত্ৰী (আৰক্ষী আৰু কাৰাগাৰ) জেমছ পি কে চাংমাই ই-প্ৰিজন ছফটৱেৰ উন্মোচন কৰিছে

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে মেঘালয়ৰ ভাৰপ্ৰাপ্ত গৃহমন্ত্ৰী (আৰক্ষী আৰু কাৰাগাৰ) জেমছ পি কে চাংমাই চিলঙৰ জিলা কাৰাগাৰত ই-প্ৰিজন ছফ্‌টৱেৰ এটা উন্মোচন কৰি কৈছে যে ৰাজ্য চৰকাৰে কাৰাগাৰসমূহ আধুনিকীকৰণ কৰাৰ বাবে বদ্ধপৰিকৰ। কাৰাগাৰৰ কয়দীসকলক আদালত কক্ষলৈ নিয়াটো হ্ৰাস কৰাৰ বাবে প্ৰত্যেকখন কাৰাগাৰতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। কয়দীসকলক বিনামূলীয়া আইনীসেৱা আগবঢ়োৱা হৈছে বুলি মন্ত্ৰীজনে জানিবলৈ দিয়ে।

তেওঁ আৰু কয় যে কাৰাগাৰসমূহ সংশোধনীমূলক পৰিৱৰ্তনমূলক কেন্দ্ৰ হ’ব লাগে আৰু তাৰ আৱাসীসকলক মানৱীয় আচৰণ কৰিব লাগে। মন্ত্ৰীগৰাকীয়ে কাৰাগাৰৰ আৱাসীসকলক বৃত্তিমূলক আৰু অন্য দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰিব লাগে যাতে তেওঁলোকে সমাজৰ মূল সুঁতিলৈ উভতি যোৱাৰ পাছত স্বাভাৱিক নাগৰিকৰ জীৱন কটাব পাৰে।

Apply Now

তেওঁ কেন্দ্ৰীয় কাৰাগাৰত দুৰ্ধৰ্ষ অপৰাধী আৰু বিচাৰাধীন বন্দীৰ বাবে আছুতীয়া ব্যৱস্থা গ্ৰহণৰ ওপৰত জোৰ দি কয়, ”পুনৰ্বাসন আৰু সমাজৰ সৈতে মিলি যোৱাটোৰ ওপৰত কাৰাগাৰসমূহে জোৰ দিয়া উচিত।”

ছফ্‌টৱেৰটো উন্মোচন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ই-প্ৰিজন ছফ্‌টৱেৰ উন্মোচন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম ৰাজ্যসমূহৰ মাজত মেঘালয় অন্যতম। তেওঁ আৰু কয় যে শ্বিলঙৰ জিলা কাৰাগাৰৰ পৰা ই-প্ৰিজন ছফ্‌টৱেৰৰ উন্মোচন  হৈছে এটা সৰল আৰম্ভণি।

তেওঁ আত্মবিশ্বসেৰে প্ৰকাশ কৰিছে যে ৰাজ্যৰ বাকী কাৰাগাৰসমূহতো পৰ্যায়ক্ৰমে ডিজিটেলাইজড আৰু আধুনিকীকৰণৰ কাম আৰম্ভ কৰা হ’ব।

গৃহমন্ত্ৰী চাংমাই কৈছে যে ই-প্ৰিজন ছফ্‌টৱেৰে কাৰাগাৰসমূহৰ নথিসমূহ ডিজিটেলাইজ কৰাই নহয়, কাৰাগাৰসমূহৰ কামকাজতো স্পষ্টতা আৰু দায়বদ্ধতা আনিব।

ইয়াৰ পূৰ্বে কাৰাগাৰৰ সঞ্চালক প্ৰধান আৰ পি অগ্ৰৱালে জনাইছিল যে ই-প্ৰিজনে কাৰাগাৰৰ  কয়দী আৰু কয়দী ব্যৱস্থাপনা সম্পৰ্কীয় সকলো কাম-কাজ কম্পিউটাৰাইজড কৰিব আৰু কাৰাগাৰৰ বিষয়া আৰু অপৰাধী বিচাৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলক আৱাসীসকলৰ বিষয়ে সকলো প্ৰয়োজনীয় তথ্য যোগান ধৰিব।

ই-প্ৰিজন ছফ্‌টৱেৰ উন্মোচনী অনুষ্ঠানত আয়ুক্ত আৰু সচিব (কাৰাগাৰ) টাইনিং ডখাৰ, যুটীয়া সচিব (কাৰাগাৰ) এফ এম ডফ্থ আৰু   উপস্থিত এন আই চিৰ ৰাজ্যিক তথ্যবিজ্ঞান বিষয়া তিমোতি ডখাৰ উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd