• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মেলা পাতিলেই বিনিয়োগ নাহে, লাগিব নিৰ্দিষ্ট নীতি : ডিব্ৰুগড়ত দাবী প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
February 2, 2018 8:36 pm
tarun gogoi

তৰুণ গগৈৰ সংবাদমেল

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ প্ৰাক মুহূৰ্তত অসম চৰকাৰৰ এই উদ্যোগৰ প্ৰতি সমালোচনাত্মক মন্তব্য প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

‘বিজেপি চৰকাৰে অসমলৈ বিনিয়োগকাৰী অনাৰ বাবে গুৱাহাটীত বিনিয়োগকাৰী সন্মিলন পাতিছে। মেলা পাতিলেই বিনিয়োগকাৰী নাহে।’

Apply Now

সন্মিলন আয়োজনক লৈ শুকুৰবাৰে ডিব্ৰুগড়ত এক সংবাদমেলত এইদৰে মত প্ৰকাশ কৰে গগৈয়ে।

ৰাজীৱ ভৱনত সাংবাদিকক গগৈয়ে কয়, ‘অসমলৈ বিনিয়োগ আনিবলৈ হ’লে এক নীতি প্ৰস্তুত কৰা দৰকাৰ। বিজেপিৰ কোনো নিৰ্দিষ্ট নীতি নাই।’

উল্লেখযোগ্য যে কংগ্ৰেছ চৰকাৰৰ দিনত থকা উত্তৰ-পূব ঔদ্যোগিক আৰু বিনিয়োগ উন্নীতকৰণ আঁচনি (NEIIP)খন বিজেপি শাসনলৈ অহাৰ পিছত বাতিল কৰা হৈছিল।

‘কংগ্ৰেছৰ দিনত’ বিনিয়োগকাৰীক ‘সুবিধা দিয়া হৈছিল’ বুলি দাবী কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয়, ‘সুবিধা দিলেহে বিনিয়োগকাৰী আহিব।’

তেওঁ অভিযোগ কৰে যে অসমৰ অন্যতম বৃ্হৎ উদ্যোগ চাহ উদ্যোগ বেয়া অৱস্থাৰ পিছতো কিন্তু চৰকাৰে ইয়াক অগ্ৰাধিকাৰ দিয়া নাই। কাগজ কলসমূহৰ অৱস্থা শোচনীয়, কিন্তু চৰকাৰে এইবোৰৰ পুনৰুজ্জীৱিতকৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

বিজেপিয়ে মেলা-উৎসৱ পাতিয়েই কাম সামৰিছে বুলি কৈ তেওঁ দাবী কৰে যে ‘মেলা নপতাকৈয়ে’ তেওঁ ‘টাটা, মহিন্দ্ৰা, আম্বানিক অসমলৈ’ আনিছিল।

গগৈয়ে লগতে অভিযোগ কৰে যে ৰাজ্যৰ নিবনুৱাসকলৰ বাবে চৰকাৰে যোৱা দুবছৰে কোনো নতুন চাকৰি সৃষ্টি কৰা নাই।

কয়্লা চিণ্ডিকে’টৰ প্ৰসংগত প্ৰাক্তন মুখ্য মন্ত্ৰীজনে অভিযোগ কৰে, ‘বিজেপি শাসনলৈ অহাৰ পৰাই ৰাজ্যত ব্যাপক ৰূপত কয়লা চিণ্ডিকে’ট চলি আছে, কিন্তু চৰকাৰে এই অবৈধ কাৰ্য্য ৰোধ কৰাৰ বাবে কোনো ব্যৱস্থা লোৱা নাই।’

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ‘দুৰ্নীতিৰ শিপা উভালাৰ কথা’ক কটাক্ষ কৰি তেওঁ দাবী কৰে যে বিজেপিৰ নেতাসকলেই দুৰ্নীতিৰ লগত জড়িত আছে।

যোৱা কেবামাহো ধৰি তিনিচুকীয়া জিলা উগ্ৰপন্থী সমস্যাৰে জৰ্জৰিত হৈ থকাৰ কথা উল্লেখ কৰি বিজেপি চৰকাৰে বৰ্ধিত উগ্ৰপন্থী সমস্যা ৰোধ কৰাত বিফল হৈছে বুলি তেওঁ অভিযোগ কৰে।

তেওঁ কয়, ‘ৰাজ্যত বিশেষকৈ তিনিচুকীয়া জিলাত ধন দাবী, অপহৰণ আদি ঘটনা বাঢ়িছে। বিজেপিয়ে শাসনলৈ অহাৰ পূৰ্বে প্ৰতিশ্ৰুতি দিয়া ‘আচ্চা দিন’ ৰাইজৰ বাবে ‘খাৰাপ দিন’হে হৈছেহি।’

আনহাতে নাগৰিকত্ব আইনৰ সংশোধনৰ বিৰোধিতা কৰি গগৈয়ে বিজেপিয়ে এই আইন পাৰণ কৰিলে তাৰ বিৰুদ্ধে কংগ্ৰেছে আইনৰ সহায় ল’ব বুলিও স্পষ্ট কৰি দিয়ে।

 

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd