• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী ম্যানমাৰ

ম্যানমাৰত ৰহিঙীয়াৰ মানৱাধিকাৰ উল্লংঘনত ৰাষ্ট্ৰসংঘৰ উদ্বিগ্নতা প্ৰকাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 19, 2018 9:47 pm
Rohingya-refugee-678x381
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাৰ্ষ্ট্ৰসংঘৰ মানৱাধিকাৰ সংসদে বৃহস্পতিবাৰে প্ৰকাশ কৰিছে যে আজি পৰ্যন্ত ম্যানমাৰৰ পৰা ৰহিঙীয়া শৰণাৰ্থীৰ দলে-বলে প্ৰৱেশ হৈ থকাৰ পৰা এই কথা প্ৰতীয়মান হয় যে ম্যানমাৰত এতিয়াও মানৱাধিকাৰ উল্লংঘন হোৱা ঘটনাৰ অৱসান ঘটা নাই।

ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ সংসদে আৰু কৈছে যে ২০১৭ৰ আগষ্ট মাহত ম্যানমাৰৰ পৰা ৰহিঙীয়া মুছলমানৰ গণ প্ৰৱ্ৰজন আৰম্ভ হোৱাৰে পৰা আজিলৈকে প্ৰায় ৭,২২,০০০ ৰহিঙীয়াই ম্যানমাৰ ত্যাগ কৰি বাংলাদেশত প্ৰৱেশ কৰিছেহি। মানৱাধিকাৰ সংসদে প্ৰকাশ কৰা অনুসৰি, ম্যানমাৰৰ ভয়াবহ পৰিৱেশৰ বাবেই ৰহিঙীয়াসকলে ম্যানমাৰ ত্যাগ কৰিবলৈ বাধ্য হৈছে।

Apply Now

আজি পৰ্যন্ত নতুনকৈ শৰণাৰ্থী প্ৰৱেশৰ ঘটনাটোৱে এই কথা প্ৰতিপন্ন কৰে যে ম্যানমাৰত মানৱাধিকাৰ ভংগৰ ঘটনা আজিও সংঘটিত হৈ আছে। ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ সংসদৰ ২০১৭ চনত স্থপন কৰা ম্যানমাৰত তথ্য অন্বেষণ অভিযানৰ (fact finding mission on Myanmar) বিবৃতিত এই কথা সদৰি কৰিছে মানৱাধিকাৰ সংসদে।

ৰাষ্ট্ৰসংঘৰ মতে চলিত বছৰৰ জানুৱাৰিৰ পৰা ১১,৫২৩গৰাকী ৰহিঙীয়াই বাংলাদেশত প্ৰৱেশ কৰিছে।

শৰণাৰ্থীৰ হকে ৰাষ্ট্ৰসংঘৰ উচ্চায়োগৰ (UNHCR) বিশেষজ্ঞ এদলে বাংলাদেশৰ কক্স বাজাৰ জিলাৰ কুতুপালং শৰণাৰ্থী শিবিৰত কেইগৰাকীমান শৰণাৰ্থীৰ সৈতে মত বিনিময় কৰে।

তেওঁলোকে কৈছে যে জীৱনৰ প্ৰতি অহা ভাবুকি, জীবিকাৰ উপায় কাঢ়ি নিয়া আদিকে ধৰি ভয়ানক পৰিস্থিতিৰ বাবে তেওঁলোকে ম্যানমাৰ ত্যাগ কৰিবলৈ বাধ্য হৈ পৰিছিল বুলি শৰণাৰ্থীৰ হকে ৰাষ্ট্ৰসংঘৰ উচ্চায়োগৰ বিশেষজ্ঞৰ দলে এটা বিবৃতিত প্ৰকাশ কৰিছে।

উল্লেখ্য যে আন্তৰ্জাতিক হেঁচাৰ বাবে ম্যানমাৰ আৰু বাংলাদেশে যোৱা বছৰৰ নৱেম্বৰ মাহৰ ২৩ তাৰিখে ৰহিঙীয়া শৰণাৰ্থী প্ৰত্যাৰ্পণৰ চুক্তিত স্বাক্ষৰ কৰিছিল।

কিন্তু আজি ৭ মাহ উকলি যোৱাৰ পাছতো ৰহিঙীয়া শৰণাৰ্থী প্ৰত্যাৰ্পণৰ কাম আৰম্ভ হোৱা নাই। উল্লেখ্য যে যোৱা মাহত ৰাষ্ট্ৰসংঘই ম্যানমাৰৰ সৈতে এখন চুক্তিত স্বাক্ষৰ কৰি ৰহিঙীয়াসকলৰ অধিকাৰক দেশখনত স্বীকৃতি দিয়াৰ পথ মুকলি কৰাৰ প্ৰয়াস কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

October 8, 2026 7:34 pm
কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

October 8, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd