• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰাণ থানাৰ গোচৰত অখিল গগৈৰ জামিন লাভ

NE NOW NEWS অভিক চক্ৰৱৰ্তী
ডিব্ৰুগড় , December 22, 2017 9:57 pm

1 min read

মৰাণ থানাৰ গোচৰত অখিল গগৈৰ জামিন লাভ
69
VIEWS
Share on FacebookShare on Twitter

মৰাণ আৰক্ষী থানাত ৰুজু হৈ থকা এক গোচৰ সংক্ৰান্তত অখিল গগৈক শুক্ৰবাৰে ডিব্ৰুগড়ৰ এখন আদালতে জামিন মঞ্জুৰ  কৰে। ডিব্ৰুগড়ৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডধীশ ইমদাদ আহমেদে অখিল গগৈৰ উক্ত জামিন মঞ্জুৰ কৰিছে। উল্লেখযোগ্য যে যোৱা ছেপ্টেম্বৰ মাহত অখিল গগৈৰ বিৰুদ্ধে মৰাণৰ এখন ৰাজহুৱা সভাত চৰকাৰৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল’ব বুলি মন্তব্য কৰাকে ধৰি ৭ টাকৈ বিভিন্ন অভিযোগত মৰাণ আৰক্ষী চকীত গোচৰ ৰুজু কৰা হৈছিল।

আনহাতে ডিব্ৰুগড় আদালতে অখিল গগৈক জামিন মঞ্জুৰ কৰিছে যদিও কৃষক নেতাজনৰ ওপৰত আন এক গোচৰ জাপি দি দুধনৈ আৰক্ষীয়ে পুনৰ তেওঁক গ্ৰেপ্তাৰ কৰিব খুজিছে বুলি তেওঁৰ অধিবক্তা অনুজ ছেত্ৰীয়ে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়ে। গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী চকীত অখিল গগৈৰ বিৰুদ্ধে ১১২/১৭ নং এক গোচৰ ৰুজু কৰা হৈছিল বুলি জানিবলৈ দি ছেত্ৰীয়ে কয় ‘আমি গগৈক উক্ত গোচৰ সম্পৰ্কে সোধাত তেওঁ ইয়াৰ সৈতে জড়িত নহয় বুলি কৈছিল। যি সকল অভিযুক্তক এই গোচৰটোৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁলোকক পিছত জামিনত মুক্তি দিয়া হৈছিল। অখিল গগৈৰ বিৰুদ্ধে গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰা হৈছে আৰু তেওঁক যি কোনো মুহূৰ্ততে গ্ৰেপ্তাৰ কৰা হ’ব পাৰে।’

Recent News

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

China

নতুন ষড়যন্ত্ৰ! উপগ্ৰহৰ চিত্ৰত ধৰা পৰিল সীমান্তৰ দেপচাঙত চীনে স্থাপন কৰা সামৰিক ঘাটিৰ দৃশ্য

চেঞ্চুৰি মাৰিলে কোহলীয়ে, কিন্তু খেলপথাৰত নহয়! তেন্তে ক’ত, কেনেকৈ?

চেঞ্চুৰি মাৰিলে কোহলীয়ে, কিন্তু খেলপথাৰত নহয়! তেন্তে ক’ত, কেনেকৈ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd