• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰিগাঁৱত ষ্টাম্প পেপাৰৰ কৃত্ৰিম নাটনি: গঢ়ি উঠিছে এক বৃহৎ ক’লা বজাৰ

NE NOW NEWS এন ই নাও নিউজ
মৰিগাঁও , April 3, 2018 9:11 am

1 min read

মৰিগাঁৱত ষ্টাম্প পেপাৰৰ কৃত্ৰিম নাটনি: গঢ়ি উঠিছে এক বৃহৎ ক’লা বজাৰ
93
VIEWS
Share on FacebookShare on Twitter

মৰিগাঁৱত চৰকাৰী কাম-কাজত ব্যৱহৃত অতিকৈ প্ৰয়োজনীয় ষ্টাম্প পেপাৰৰ কৃত্ৰিম নাটনিৰ ফলক মৰিগাঁওবাসীয়ে হাৰাশাস্তি ভোগ কৰিব লগীয়া হৈছে।

প্ৰাপ্ত তথ্য মতে ষ্টাম্প পেপাৰৰ এনে কৃত্ৰিম নাটনিৰ সুযোগ গ্ৰহণ কৰি একাংশই মৰিগাঁৱত গঢ়ি তুলিছে এখন বৃহৎ ক’লা বজাৰ। য’ত চৰকাৰী ধাৰ্য মূল্যতকৈ তিনিগুণ বেছি দৰত ষ্টাম্প পেপাৰ সমূহ ক্ৰয় কৰিব লগীয়া হৈছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে মাটি-বাৰী. কৰ্ট-কাছাৰীৰ গোচৰকে ধৰি বিভিন্ন চৰকাৰী কাম-কাজৰ বাবে জনসাধাৰণক নন জুডিচিয়েল ষ্টাম্প পেপাৰৰ প্ৰয়োজন হয়। এই ষ্টাম্প পেপাৰ সমূহ ভেণ্ডৰ সকলে জিলা কোষাগাৰ সমূহৰ পৰা সংগ্ৰহ কৰি জনসাধাৰণক যোগান ধৰে।

কিন্তু লক্ষণীয়ভাৱে কোষাগাৰ সমূহে এই ষ্টাম্প পেপাৰ পৰ্যাপ্ত পৰিমাণে যোগান ধৰিব নোৱাৰাত ষ্টাম্প পেপাৰৰ ব্যাপক নাটনিয়ে দেখা দিছে।

জানিব পৰা মতে ৰাজ্যখনৰ একমাত্ৰ কামৰূপ কোষাগাৰে সংশ্লিষ্ট ভেণ্ডৰ সকলক যোগান ধৰা সীমিত পৰিমাণৰ ষ্টাম্প পেপাৰে সমগ্ৰ চৰকাৰী কাম-কাজ চিল আছে।

আনহাতে এই ষ্টাম্প পেপাৰৰ নাটনিৰ সুযোগ গ্ৰহণ কৰি একাংশ দুষ্কৃতিকাৰীয়ে এক বৃহৎ ক’লা বজাৰ গঢ়ি তুলিছে যদিও এই ক্ষেত্ৰত জিলা প্ৰশাসনে নীৰৱ ভূমিকা গ্ৰহণ কৰাত স্থানীয় লোক সকল ক্ষোভিত হৈ পৰিছে।

স্থানীয় ৰাইজে অতি শীঘ্ৰে এই ক্ষেত্ৰত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে।

Recent News

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd