• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যিকোনো প্ৰকাৰে ধৰ্ষণ মহামাৰীক প্ৰতিৰোধ কৰিবই লাগিব : যুঁজাৰু- দ্য ফাইটাৰ্ছ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 22, 2018 6:29 pm
JUZARU THE FIGHTERS Protest rally
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতি, ধৰ্ম, ভাষা, গোষ্ঠীৰ উৰ্দ্ধত গৈ ধৰ্ষণৰ বিৰুদ্ধে একতাৰে মাৰবান্ধি থিয় হোৱাৰ সংকল্প গ্ৰহণ কৰি যুঁজাৰু – দ্য ফাইটাৰ্ছ নামৰ সংগঠনটোৰ কৰ্ম কৰ্তাৰ লগতে সদস্যসকলে আজি কামাখ্যা মন্দিৰ গেটৰ পৰা ভূতনাথলৈ এক প্ৰতিকী সমদল উলিওৱা পৰিলক্ষিত হয়।

অসম তথা ভাৰতবৰ্ষৰ চুকে কোণে আজি ধৰ্ষণৰ প্ৰকোপ এনেকৈ বাঢ়িছে যে ই মহামাৰীৰ ৰূপ লৈছে। সমাজত বৃদ্ধি পোৱা ঘৃণাৰ ৰাজনীতিৰ সহজ লক্ষ্য হৈ পৰিছে শিশু কন্যা মহিলা তথা বৃদ্ধাও। জাতিগত বিদ্বেষ, ধৰ্মীয় বিদ্বেষ আৰু ব্যক্তিগত শত্ৰুতা নিষ্পত্তি কৰিবলৈ প্ৰতিশোধ পূৰণ কৰিবলৈ সহজ লক্ষ্য হিচাপে দূৰ্বল শিশু আৰু নাৰীসকলক বাছি লোৱা হৈছে। এনে পৰিস্থিতিত কেৱল কঠোৰ আইন প্ৰণয়নে ধৰ্ষণ ৰোধ কৰিব নোৱাৰে। আমাক লাগিব জনসচেতনতা, ধৰ্ষণৰ বিৰুদ্ধে একতাৰে সাহসেৰে গঢ়ি তুলিব লাগিব প্ৰতিৰোধ ব্যৱস্থা আৰু দূৰ্বলীক সবল কৰাৰ গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ আৰু পদক্ষেপ। এইদৰে মন্তব্য কৰে সংগঠনটোৰ নেতৃবৃন্দই।

Apply Now

মা কামাখ্যাৰ স্থান অসমত প্ৰতিগৰাকী নাৰী পুৰুষেই অপশক্তি প্ৰতিৰোধ কৰিবলৈ সংকল্প লোৱাটো পৰম্পৰা হোৱা উচিত বুলি যুঁজাৰু – দ্য ফাইটাৰ্ছৰ মূখ্য সমন্বয়ক জোনমণি দেৱী খাউণ্ডে বক্তব্য ৰাখে। লগতে তেওঁ কয় যে প্ৰয়োজনত মা সকলে, পিতা সকলে আত্মৰক্ষাৰ স্বাৰ্থত কাষতে পোৱা ঘৰুৱা অস্ত্ৰসমূহ তুলি লবলৈ বাধ্য হ’ব। যিকোনো প্ৰকাৰে ধৰ্ষণ মহামাৰীক প্ৰতিৰোধ কৰিবই লাগিব।

b88f397a-5b7d-4d72-b58e-0ff31344c402

সমাজ জাগিব লাগিব, সচেতন আৰু সাহসেৰে আইনী শাস্তিৰ লগতে সামাজিক আৰু মানসিক শাস্তিও প্ৰদান কৰিব লাগিব বুলি যুঁজাৰু – দ্য ফাইটাৰ্ছৰ সদস্যসকলে বিশ্বাস কৰে।

পৰৱৰ্তী কাৰ্য্যসূচীত যুঁজাৰু – দ্য ফাইটাৰ্ছ সংগঠনে কন্যা শিশু আৰু মহিলাক শাৰিৰীক আৰু মানসিক মনোবল বৃদ্ধি কৰাৰ বাবে সমৰকলাৰ প্ৰশিক্ষণৰ আয়োজন কৰিব যাতে আত্মৰক্ষাৰ লগতে তেওঁলোকে আন আন দূৰ্বল শ্ৰেণীকো সহায় কৰিব পাৰে। এই সকলো কথা আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে যুঁজাৰু-দ্য ফাইটাৰ্ছৰ মুখ্য সমন্বয়ক অধিবক্তা জোনমনি দেৱী খাউণ্ডে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd