DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৰহাট মেডিকেলত প্ৰথমবাৰৰ বাবে মুকলি হ’ল ৰাষ্ট্ৰীয়মানৰ নিউৰ’ছাৰ্জাৰী বিভাগ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2018 11:14 am
যোৰহাট মেডিকেলত প্ৰথমবাৰৰ বাবে মুকলি হ’ল ৰাষ্ট্ৰীয়মানৰ নিউৰ’ছাৰ্জাৰী বিভাগ
102
VIEWS
Share on FacebookShare on Twitter

যোৰহাট মেডিকেল কলেজত নতুনকৈ সংযোজিত কৰি তোলা ৰাষ্ট্ৰীয়মানৰ নিউৰ’ছাৰ্জাৰী বিভাগটো বুধবাৰে মুকলি কৰা হয়।

উল্লেখযোগ্য যে মাজুলীৰ সু সন্তান তথা নিউৰ’ছাৰ্জন ডাঃ অমৃত শইকীয়াৰ নিৰলস প্ৰচেষ্টা আৰু স্বাস্থ্য বিভাগৰ লগতে ৰাজ্য চৰকাৰৰ সঁহাৰিৰ ফলশ্ৰুতিত যোৰহাট মেডিকেল কলেজত এই নিউৰ’ছাৰ্জাৰী বিভাগটো মুকলি কৰা হয়।

আনহাতে এই নিউৰ’ছাৰ্জাৰী বিভাগটো মুকলি অনুষ্ঠানত উপস্থিত থাকি স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অত্যাধুনিক যন্ত্ৰপাতিৰে সজ্জিত এই বিভাগটোৱে গুৱাহাটী মেডিকেল কলেজকো চেৰ পেলাব বুলি মন্তব্য কৰে।

লগতে চিকিৎসক শইকীয়াৰ নিৰলস প্ৰচেষ্টা আৰু উৎসৰ্গিত মনোভাৱৰ বাবে স্বাস্থ্য বিভাগে নিউৰ’ছাৰ্জাৰী বিভাগটোৰ বাবে ১১ কোটি টকা মুকলি কৰি দিয়াৰ লগতে মাত্ৰ দুটা বছৰৰ ভিতৰতে বিভাগটো কাৰ্যক্ষম কৰি তোলাতো সম্ভৱ হৈছে বুলি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

ইয়াৰ পূৰ্বে আদৰণী ভাষণত চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ দেৱজিৎ হাজৰিকাই এয়া মহাবিদ্যালয় তথা উজনি ৰাইজৰ বাবে বৃহৎ প্ৰাপ্তি বুলি উল্লেখ কৰে।

বুধবাৰৰ অনুষ্ঠানটোত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, বিধায়কদ্বয় বিমল বৰা আৰু ভৱেন্দ্ৰনাথ ভৰালী, উপায়ুক্ত নাৰায়ণ কোঁৱৰকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

Recent News

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd