• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৰাবাট আৰক্ষীয়ে জব্দ কৰিলে দুষ্প্ৰাপ্য বন্যপ্ৰাণী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 26, 2018 12:14 pm

2 min read

sss-570x320

অসম ৰাজ্যিক চিৰিয়াখানাত জব্দ কৰা দুষ্প্ৰাপ্য বন্যপ্ৰাণীসমূহ

133
VIEWS
Share on FacebookShare on Twitter

এক বৃহৎ পৰিমানৰ দুষ্প্ৰাপ্য বন্যপ্ৰাণী সৰবৰাহ কৰিবলৈ অনা সময়ত যোৰাবাট আৰক্ষীয়ে দেওবাৰে জব্দ কৰে। জব্দ কৰা দুষ্প্ৰাপ্য প্ৰাণীসমূহৰ মাজত আছে ছুগাৰ গ্লাইডাৰ, এটা মীৰকাট আৰু তিনিটা মাৰ্মোচেট বন্দৰকে ধৰি সৰীসৃপৰ ভিতৰত আছে এটা আফ্ৰিকীয় বৰ্ণাকৃতিৰ কাছ,

১৩ টা গুটি বৰণীয়া সাপ (কৰ্ণ স্নেক), দুটা বগা অজগৰ, চাৰিটা বনৰীয়া গোম সাপ (গেবন ভাইপাৰ), এটা চেন্ট্ৰেল বিয়াৰ্ডেড ড্ৰেগন আৰু আঠটা বিশাল বৃশ্চিক। অভিযুক্তসকল এতিয়া আৰক্ষীৰ জিম্মাত আছে।

 

এই দুষ্প্ৰাপ্য বন্যপ্ৰাণীসমূহ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এখন টাটা ছুম’ত আইজলৰ পৰা গুৱাহাটীলৈ আনিছিল। বন্যপ্ৰাণীসমূহ দিল্লীলৈ নিয়াৰ কথা আছিল। জব্দ কৰা বন্যপ্ৰাণীসমূহৰ মূল্য আন্তৰ্জাতিক বজাৰত প্ৰায় ৫ কোটি টকা হ’ব।

আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ বিষয়াৰ এটা দলে বন্যপ্ৰাণীসমূহ নিজৰ জিম্মালৈ নিয়ে আৰু তাৰ পিছত সেইবোৰ অসম ৰাজ্যিক চিৰিয়াখানালৈ হস্তান্তৰ কৰে।

Seized-wild-animal

কটন বিশ্ববিদ্যালয়ৰ নাৰায়ন শৰ্মা আৰু হেল্প আৰ্থৰ জয়াদিত্য পুৰকায়স্থই বন্যপ্ৰাণীসমূহ চিনাক্ত কৰে।

 

গুৱাহাটীৰ বন্যপ্ৰাণী সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া প্ৰদীপ্ত বৰুৱাই বন্যপ্ৰাণী উদ্ধাৰৰ ক্ষেত্ৰত ইয়াক এক ডাঙৰ সফলতা বুলি উল্লেখ কৰে। বৰুৱাই কয় যে কুমাৰে সৰবৰাহ কৰিবলৈ অনা বন্যপ্ৰাণীসমূহৰ কিছুমানৰ বাটতে মৃত্যু ঘটিছে।

Sugar-glidder-300x271

‘’আমি প্ৰথমবাৰৰ বাবে এনে বৃহৎ পৰিমানৰ দুষ্প্ৰাপ্য বন্যপ্ৰাণী জব্দ কৰিছো। আমি এতিয়াও সকলোবোৰ প্ৰজাতি চিনাক্ত কৰিব পৰা নাই। এই ধৰণৰ বন্যপ্ৰাণীৰ ব্যৱসায় আমাৰ ৰাজ্যত একেবাৰে নতুন। উদ্ধাৰ কৰা বন্যপ্ৰাণীসমূহ পশুচিকিৎসা বিভাগৰ তত্বাৱধানত আছে। আমি ব্যক্তিগৰাকীৰ পৰা উত্তৰ-পূবত তেওঁলোকে কেনেদৰে এই কাৰবাৰ চলাই আছে তাক উলিয়াবলৈ জেৰা কৰিছো,’’-বৰুৱাই কয়।

 

Recent News

index

ঢেকীয়াজুলি কিশোৰী ধৰ্ষণ কাণ্ড : ধৰ্ষণকাৰীক ফাঁচীৰ দাবী ৰাভা শিল্পী সমাজৰ

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd