• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লখিমপুৰ জিলাৰ নাৰায়ণপুৰত বিধায়ক দেৱানন্দ হাজৰিকাৰ পাৱাৰটিলা আৰু ৱাটাৰপাম্প বিতৰণ

NE NOW NEWS এন ই নাও নিউজ
লখিমপুৰ , March 22, 2018 10:43 pm

1 min read

লখিমপুৰ জিলাৰ নাৰায়ণপুৰত বিধায়ক দেৱানন্দ হাজৰিকাৰ পাৱাৰটিলা আৰু ৱাটাৰপাম্প বিতৰণ
99
VIEWS
Share on FacebookShare on Twitter

লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক দেৱানন্দ হাজৰিকাই বৃহস্পতিবাৰে চৰ অঞ্চল উন্নয়ন শিতানৰ অধিনত পাৱাৰটিলা আৰু ৱাটাৰপাম্প বিতৰণ কৰে ৷

প্ৰাপ্ত তথ্য মতে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নখণ্ডৰ চৌহদত খণ্ড উন্নয় বিষয়া আইনুল হক মোল্লাই আঁত ধৰা বিতৰণি অনুষ্ঠানটোত বিধায়ক হাজৰিকাই হিতাধাৰি সকলৰ মাজত পাৱাৰটিলা আৰু ৱাটাৰপাম্প বিতৰণ কৰি সামগ্ৰি সমূহ সঠিক ভাবে ব্যৱহাৰ কৰিবলৈ কয় ৷

আজি অনুষ্ঠানটোত নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ চৰ অঞ্চলৰ বাবে আবণ্টিত মুঠ তিনিখন পাৱাৰটিলা আৰু ১৬ টা ৱাটাৰ পাম্প বিতৰণ কৰা হয় ৷

কাংকান আত্মসহায়ক গোট আৰু ত্ৰিদেৱ আত্ম সহায়ক গোটক আজি পাৱাৰটিলা বিতৰণ কৰাৰ বিপৰীতে টিকিৰাই শোৱনশিৰি মহিলা আত্ম সহায়ক গোট, চকিয়াল বালি চুবুৰি মহিলা আত্ম সহায়ক গোট, জোনবাই আত্ম সহায়ক, বৰবিল গোৱাল চাপৰি কৃষি সেৱা আত্ম সহায়ক গোট, ফুলনি আত্ম সহায়ক গোট, জোন-তৰা আত্ম সহায়ক গোট আৰু ব্যক্তিগত হিচাপে চিত্ৰ পেগু, প্ৰণৱ পেগু ,গেপাং পেগু, যদুৰাই দলে, সুনীল টাই, গেছীৰাম পেগু, কিচিব পেগু, মিনি পেগু আৰু বেবাই পেগুক ৱাটাৰ পাম্প দিয়া হয়।

বিতৰণি অনুষ্ঠানত বিধায়ক প্ৰতিনিধি সুনীল হাজৰিকা,নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ কৰ্মচাৰীকে আদি কৰি বহু সংখ্যক লোক উপস্থিত থাকে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd