• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লছ এঞ্জেলছত ‘শৈশৱতে ধেমালিতে’ৰ শ্ৰেষ্ঠ চলচ্চিত্ৰকে ধৰি তিনিটা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 29, 2018 8:29 am
শৈশৱতে ধেমালিতে
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লছ এঞ্জেলছত অনুষ্ঠিত তৃতীয় লাভ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চলচ্চিত্ৰ ‘শৈশৱতে ধেমালিতে’ই (ৰেইনব’ ফিল্ডছ) শ্ৰেষ্ঠ চলচ্চিত্ৰকে ধৰি তিনিটা  বঁটা লাভ কৰে। শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটাৰ উপৰি ছবিখনে লাভ কৰে শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ সংগীতৰ বঁটা। শনিবাৰে এই বঁটাসমূহ প্ৰদান কৰা হয়।

চলচ্চিত্ৰখনৰ অভিনেত্ৰী দীপান্বিতা শৰ্মাই শ্ৰেষ্ঠ অভিনেত্ৰী আৰু সংগীত প্ৰদান কৰা অনুৰাগ শইকীয়াই শ্ৰেষ্ঠ সংগীতৰ বঁটা লাভ কৰে। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৩৬খন দেশৰ ১৫০খনৰো অধিক চলচ্চিত্ৰই অংশগ্ৰহণ কৰিছিল।

Apply Now

abdul-678x381

হিংসাজৰ্জৰ সময়ত ডাঙৰ-দীঘল হোৱা আৰু চৌদিশে নৃশংসতা প্ৰত্যক্ষ কৰা অসমৰ শিশুসকলৰ পৰিস্থিতিৰ চিত্ৰণেৰে এটা স্পৰ্শকাতৰ বিষয় পৰিচালক বিদ্যুৎ কটকীয়ে এই ‘শৈশৱতে ধেমালিতে’ ছবিখনত দাঙি ধৰিছে।

ইয়াৰ আগেয়ে আমেৰিকাত ‘শৈশৱতে ধেমালিতে’ ছবিখনৰ বাণিজ্যিক মুক্তি দিয়া হয়। আমেৰিকাত মুক্তি পোৱা এইখনেই প্ৰথম অসমীয়া চলচ্চিত্ৰ হিচাপে বিবেচিত হৈছে।কেলিফৰ্নিয়াৰ ‘চিনে গ্ৰেণ্ড চিনেমা ফ্ৰিমণ্ট’ত চলচ্চিত্ৰখনৰ চাৰিটা প্ৰদৰ্শনী হৈ যায়।

আনহাতে, বঁটা গ্ৰহণ কৰি পৰিচালক কটকীয়ে কয়, ‘শৈশৱতে ধেমালিতে’ নিৰ্মাণ কৰোঁতে আমি সদায় ভাবিছিলোঁ যে আমি অসমীয়া ভাষাত এখন বিশ্বমানৰ চলচ্চিত্ৰ নিৰ্মাণ কৰিছোঁ। আমাৰ বিশ্বাস পুনৰ নিশ্চিত কৰাৰ বাবে লাভ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱক ধন্যবাদ।‘

শ্ৰেষ্ঠ সংগীতৰ বঁটা লাভ কৰা অনুৰাগ শইকীয়াই কয়, ‘এনেকুৱা এটা বঁটা লাভ কৰি মই অতি আনন্দিত। জুৰীৰ সদস্যসকল, পৰিচালক বিদ্যুৎ কটকী, ছাউণ্ড ডিজাইনাৰ অমৃত প্ৰীতম দত্ত, ফিল্ম মিক্সিং ইঞ্জিনিয়াৰ দেৱজিৎ চাংমাই, মিউজিক মিক্সিং ইঞ্জিনিয়াৰ ভাস্কৰ শৰ্মা আৰু  ‘শৈশৱতে ধেমালিতে’ৰ প্ৰতিজন সদস্যকে মই ধন্যবাদ জনাইছোঁ।‘

ইপিনে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰা দীপান্বিতা শৰ্মাই কয়, ‘মোৰ নিজা ভাষাৰ চলচ্চিত্ৰ এখনৰ বাবে শ্ৰেষ্ঠ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিনেত্ৰীৰ প্ৰথমটো বঁটা লাভ কৰাত অতি আনন্দিত হৈছো।‘

অসমৰ বাস্তৱ ঘটনাৱলীৰ আধাৰত নিৰ্মাণ কৰা ছবিখনত ভিক্টৰ বেনাৰ্জী, নকুল বৈদ, নাভেদ আছলাম, নিপন গোস্বামী, নিকুমণি বৰুৱাকে ধৰি কেবাগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্যৱসায়ী কেতন  আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

June 26, 2026 1:46 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্যৱসায়ী কেতন  আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

June 26, 2026 1:46 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd