DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লিগেচি ডাটাত নাম থকাৰ পিছতো বিশ্বনাথত ৭২ বছৰীয়া বৃদ্ধক সজালে ডি-ভোটাৰ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
July 27, 2018 12:23 pm
এন আৰ চি
570
VIEWS
Share on FacebookShare on Twitter

১৯৬৬ চনৰ লিগেচি ডাটাত নাম সন্নিবিষ্ট থকাৰ পিছতো এইবাৰ এগৰাকী ৭২  বছৰীয়া বৃদ্ধ আৰু তেওঁৰ পৰিয়ালক ডি-ভোটাৰ সজোৱা কাৰ্যই বিশ্বনাথ জিলাত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে।

ইতিমধ্যে  বিশ্বনাথ জিলাৰ ৪নং চতিয়া গাঁও পঞ্চায়তে জাৰি কৰা নিৰ্দেশনা অনুসৰি লাল মিঞা নামৰ বৃদ্ধজনৰ লগতে তেওঁৰ পৰিয়ালটোক ডি-ভোটাৰ সজোৱা হৈছে বুলি অভিযোগ উঠিছে।

উল্লেখ্য যে বিশ্বনাথৰ বক্ৰাপট্টাৰ লাল মিঞাই ইতিমধ্যে ভাৰতীয় পাৰপত্ৰৰে হজ যাত্ৰাও কৰি আহিছে। তদুপৰি প্ৰায়বোৰ নিৰ্বাচনতে উক্ত ব্যক্তিজনে ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে।

আনহাতে, ১৯৩০ চনৰ মাটিৰ এখন জবানবন্দীত লাল মিঞাৰ পিতৃৰ নাম সন্নিবিষ্ট হৈ আছে। তেনে ক্ষেত্ৰত পৰিয়ালটোক ডি-ভোটাৰ সজোৱাত আকাশী সৰগ ভাগি পৰিছে ১৯৬৫ চনতে নগাঁৱৰ কান্দুলিমৰাৰ পৰা আহি বিশ্বনাথৰ বক্ৰাপট্টাত বসবাস কৰি থকা লাল মিঞাৰ ওপৰত।

আনকি ডি-ভোটাৰ সজোৱাৰ পৰা সাৰি নগ’ল লাল মিঞাৰ ৯ বছৰীয়া আৰু ৩ বছৰীয়া নাতি কেইটাও। উপায়হীন হৈ অৱশেষত পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত সদৰী কৰে সমস্ত ঘটনা।

Recent News

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd