• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত আধাৰশিলা স্থাপন নতুনকৈ নিৰ্মাণ হ’বলগীয়া সংহত টাৰ্মিনেলৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 28, 2018 8:24 pm

2 min read

লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত  আধাৰশিলা স্থাপন নতুনকৈ নিৰ্মাণ হ’বলগীয়া সংহত টাৰ্মিনেলৰ
222
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী পি অশোক গজপতি ৰাজুৱে আজি গুৱাহাটীৰ এছ অ’ এছ পথৰ কাষত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত সৰ্বমুঠ ১,২৩২ কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ হ’বলগীয়া সংহত টাৰ্মিনেল বিল্ডিঙৰ আধাৰশিলা আনুষ্ঠানিকভাৱে স্থাপন কৰে।

ৰাজ্যখনৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে আজিৰ এই মুহূৰ্তটো এক ঐতিহাসিক মুহূৰ্ত বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী সোণোৱালে এই পদক্ষেপে ৰাজ্যখনৰ বিকাশৰ সম্ভাৱনীয়তাক আৰু অধিক আগবঢ়াই নিয়াৰ লগতে দক্ষিণ পূব এছিয়া দেশসমূহৰ সৈতে অৰ্থনৈতিক সম্বন্ধ আৰু অধিক উন্নতি কৰাৰ ক্ষেত্ৰত বহুলাংশে সহায় কৰিব বুলি কয়।

আগন্তুক ৩ আৰু ৪ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া বিশ্ব বিনিয়োগ সন্মিলনৰ কথা উল্লেখ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে চৰকাৰে পোনপ্ৰথমবাৰৰ বাবে বিনিয়োগকাৰীসকলক অকৰ্ষিত কৰাৰ বাবে এই সন্মিলনখনৰ আয়োজন কৰিছে।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে, ‘আমি ৰাজ্যখনৰ সম্ভাৱনীয়তাখিনি প্ৰত্যক্ষ কৰাৰ বাবে ইতিমধ্যে বিনিয়োগকাৰী সকলক আমন্ত্ৰণ জনাইছো যাতে ৰাজ্যখনত বিনিয়োগেৰে লাভৱাম্বিত হোৱাৰ উপৰি ৰাজ্যখনৰ বিকাশত এক ইতিবাচক অৰিহণা আগবঢ়াব পৰা যায়।’

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী পি অশোক গজপতি ৰাজুৱে এন ডি এ চৰকাৰৰ দিনত বিগত তিনিবছৰত অসামৰিক পৰিবহণ খণ্ডই দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণৰ দিশত লাভ কৰা দ্ৰুত বিকাশৰ কথা উল্লেখ কৰে। লগতে মন্ত্ৰী গৰাকীয়ে কয় যে, ‘দেশীয় পৰিবহণ সেৱাত পৃথিৱীৰ ভিতৰত আমাৰ ৰাষ্ট্ৰখনে তৃতীয় স্থানত থকাৰ উপৰি এইখিনি সময়ত সমগ্ৰ বিশ্বৰ ভিতৰতে অসামৰিক বিমান পৰিবহণৰ বিকাশৰ ক্ষেত্ৰত দ্ৰুত বিকাশৰ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে।’

উল্লেখযোগ্য যে ৯০,০০০ বৰ্গমিটাৰ এলেকা সামৰি নিৰ্মাণ হ’বলগীয়া নতুন সংহত টাৰ্মিনেল বিল্ডিঙত বিশ্বমানৰ বিমান যাত্ৰীৰ সা-সুবিধা থাকিব আৰু আটাইতকৈ ব্যস্ত সময়ত ৩১০০ বিমান যাত্ৰীৰ যাত্ৰা  সুচল কৰাৰ ব্যৱস্থা থাকিব। এই বিল্ডিঙৰ অন্তৰ্ভাগত স্থানীয় হস্তশিল্প, সংস্কৃতি তথা ৰাজ্যখনৰ আকৰ্ষণীয় পৰ্যটন স্থলীসমূহৰ তথ্য অংকিত হ’ব।

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd