DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লোকসেৱা আয়োগৰ কেলেংকাৰী: আজি ৬ ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে দাখিল কৰা হ’ব অভিযোগনামা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 24, 2018 2:43 pm
apsc
95
VIEWS
Share on FacebookShare on Twitter

দিনে দিনে বিপদ চাপি আহিছে ধন দি অসম লোকসেৱা আয়োগৰ চাকৰি কিনা বিষয়াৰ। এই বৃহৎ কেলেংকাৰী সন্দৰ্ভত আজি পুনৰ চাৰ্জশ্বীট দাখিল কৰিব ডিব্ৰুগড় আৰক্ষীয়ে৷ বিশেষ আদালতত দাখিল কৰা হ’ব কেলেংকাৰীটোৰ পঞ্চমখন অভিযোগনামা৷ চাৰ্জশ্বীট দাখিল কৰা হ’ব ধৃত ৬ ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে৷

বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি  ডিব্ৰুগড় আৰক্ষীয়ে ৰিতুৰাজ গগৈ, কৌশিক কলিতা, সত্যজিৎ সৰকাৰ, অভিষেক বৰবৰা, জয়দেৱ মহন্ত আৰু বৰ্ণালী দেৱীৰ বিৰুদ্ধে দাখিল কৰিব অভিযোগনামা৷উল্লেখযোগ্য যে অসম লোকসভা আয়োগৰ কেলেংকাৰীত জড়িত হৈ এতিয়াও পলাতক হৈ আছে ACS বিষয়া সঞ্জন ফুকন আৰু APS বিষয়া দেৱব্ৰত দে’।

আনহাতে আন এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি বিক্ৰী কৰা কেলেংকাৰিৰ মূল নায়ক ৰাকেশ পালৰ পত্নী সুনন্দা পালক শীঘ্রেই আৰক্ষীয়ে জেৰা কৰিব। বিগত প্রায় ডেৰ বছৰ ধৰি আৰক্ষীয়ে তদন্তৰ আওতাৰ পৰা আঁতৰাই ৰখা সুনন্দা পালৰ বিৰুদ্ধে ৰাকেশ পালৰ দুর্নীতিত সহযোগ কৰাৰ পর্যাপ্ত তথ্য লাভ কৰাৰ পাছতে তেওঁক জেৰা কৰিবলৈ আৰক্ষী সাজু হৈছে বুলি  জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ৰাকেশ পালৰ পত্নী সুনন্দা পালৰ বিৰুদ্ধে লোকসেৱা আয়োগৰ বিভিন্ন তথ্য-প্রমাণ নষ্ট কৰাৰ অভিযোগ আছে। সেয়েহে আৰক্ষীয়ে তেওঁক গ্রেপ্তাৰ কৰাৰ সম্ভাৱনাও বৃদ্ধি পাইছে।

Top of Form

 

Recent News

kali poster controversy

‘কালী’ পোষ্টাৰ বিতৰ্ক: চলচ্চিত্ৰ নিৰ্মাতা লীনা মণিমেকলাইক শিৰচ্ছেদৰ ভাবুকি হিন্দু সন্তৰ

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা অৰ্পণ দাসৰ অগ্ৰগতি

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা অৰ্পণ দাসৰ অগ্ৰগতি

Gas Cylinder price hike

Gas Cylinder price hike: অচ্ছে দিনৰ মাধমাৰ: পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd