DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শদিয়াত বনৰীয়া হাতীৰ আক্ৰমণত দুজন লোকৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2017 7:30 pm
Wild-jumbo

প্ৰতিনিধিত্বমূলক চিত্ৰ

110
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে তিনিচুকীয়া জিলাৰ শদিয়া উপ-সংমণ্ডলত বনৰীয়া হাতীৰ আক্ৰমণত দুজন লোকৰ মৃত্যু হয়। জানিব পৰা মতে তিনিচুকীয়া বৰমূৰা গাঁৱৰ সুখেশ্বৰ দাস আৰু মদন বিশ্বাসে ব্ৰহ্মপুত্ৰৰ মচুণ্ডৰি চাপৰিত খেৰ সংগ্ৰহ কৰিবলৈ যাওঁতে এটা বৃহৎ বনৰীয়া হাতীৰ দলে আক্ৰমণ কৰে। যাৰ ফলত লোক দুজনৰ থিতাতে মৃত্যু হয়।

এজন বন বিষয়াই কয়, ‘স্থানীয় লোকে আমাক দুজন লোকক বনৰীয়া হাতীয়ে গছকি মৰা বুলি খবৰ দিয়াত আমি তৎক্ষণাত ঘটনাস্থলীলৈ ৰাওনা হওঁ আৰু লোক দুজনৰ মৃত দেহক মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰো। লোক দুজন খাদ্যৰ সন্ধানত ধাননি পথাৰলৈ ওলাই অহা ২৫-৩০ জনীয়া এটা বনৰীয়া হাতীৰ দলৰ সৈতে মুখামুখি হয় আৰু নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ পলোৱাৰ চেষ্টা কৰিছিল যদিও হাতীৰ দলটোৰ উপৰ্যুপৰি আক্ৰমণত তেওঁলোকৰ থিতাতে মৃত্যু হয়।’

মন কৰিব লগীয়া যে যোৱা কিছু দিনৰে পৰা শদিয়া উপ-সংমণ্ডলত হাতী-মানুহৰ সংঘাত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। যোৱা এমাহতে দুটা পৃথক ঘটনাত বনৰীয়া হাতীৰ আক্ৰমণৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে।

মনিকুন্তল দাস নামৰ এজন গাঁও বাসীয়ে কয়, ‘বনৰীয়া হাতীয়ে হাবিৰ পৰা ওলাই আহি আমাৰ গাওঁসমূহত তাণ্ডৱ চলোৱাৰ ফলত আমি যোৱা কেইবামাহ ধৰি  নিশা উজাগৰে পাৰ কৰিব লগীয়া হৈছে। বছৰটোত বানপানীয়ে এবাৰ জুৰুলা কৰাৰ পিছত এতিয়া আমি বনৰীয়া হাতীৰ উপদ্ৰৱৰ সন্মুখীন হ’ব লগীয়া হৈছে।’

উল্লেখযোগ্য যে বনাঞ্চল সমূহত বাঢ়ি অহা বেদখলে হাতীৰ বাসস্থান সংকুচিত কৰি অহাৰ ফলত ক্ৰমান্বয়ে হাতী মানুহৰ সংঘাত বৃদ্ধি পাবলৈ ধৰিছে।

Recent News

চৰকাৰেই জগৰীয়া; উন্নয়নৰ নামত কৰা অপৰিকল্পিত কামৰ বাবেই গুৱাহাটীত মৃত্যু ছাত্ৰী প্ৰিয়া কুমাৰীৰ: ডি ৱাই এফ আই

চৰকাৰেই জগৰীয়া; উন্নয়নৰ নামত কৰা অপৰিকল্পিত কামৰ বাবেই গুৱাহাটীত মৃত্যু ছাত্ৰী প্ৰিয়া কুমাৰীৰ: ডি ৱাই এফ আই

মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: চিচিটিভি ফুটেজ ‘ফাদিল’ কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন

মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: চিচিটিভি ফুটেজ ‘ফাদিল’ কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন

‘চকুৰ টিপ’ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় ক’লে, ‘স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা’

‘চকুৰ টিপ’ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় ক’লে, ‘স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা’

ট্ৰাম্পৰ প্ৰচাৰকে ধৰি বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ চিএনএনৰ মুৰব্বী ক্ৰিছ লিচৰ পদত্যাগ

ট্ৰাম্পৰ প্ৰচাৰকে ধৰি বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ চিএনএনৰ মুৰব্বী ক্ৰিছ লিচৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd