DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শাক-পাচলি আৰু ফল-মূল উৎপাদনেৰে বিখ্যাত ত্ৰিপুৰাৰ গাওঁখন

পান্না ঘোষ by পান্না ঘোষ
March 23, 2018 4:21 pm
tripura-village-570x320
321
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ ধৰ্মনগৰ মহকুমাৰ অন্তৰ্গত টংচাৰা আৰু থাঙনাঙ গাওঁ দুখনকে ধৰি জইটাঙ গাওঁখন ১০০০ হেক্টৰ অঞ্চল বিয়পি আছে আৰু ৰসাল ফল উৎপাদনৰ বাবে ই বিখ্যাত।

কেঁচা কঠাল, আনাৰস, তামোল, নেমু, লিচু আদি  ইয়াৰ উৎপাদিত বিশেষত্ব থকা ফল।

গাওঁখন ১৯৬৮ চনত স্থাপন কৰা হৈছিল আৰু জন্মলগ্নৰে পৰা এই ফল-মূল আৰু শাক-পাচলিৰ উৎপাদনত জড়িত হৈ আছে।

ইয়াত মুঠতে ৰাংলং (হালম) সম্প্ৰদায়ৰ ৯২৭ গৰাকী ভোটাৰ আছে আৰু বাসিন্দাসকল খ্ৰীষ্টান ধৰ্মাৱলম্বী।

বিগত বহু বছৰ ধৰি তেওঁলোকে এই শাক-পাচলি আৰু ফলৰ খেতি কৰি আহিছে আৰু এই সামগ্ৰীসমূহ ৰাজ্যৰ বাহিৰত বিক্ৰী কৰি আহিছে।

একমাত্ৰ চৰকাৰী সাহায্য আৰু সমৰ্থনৰ অভাৱৰ বাবে তেওঁলোকে ব্যৱসায় সম্প্ৰসাৰিত কৰিব পৰা নাই।

এই গাওঁখনৰ পৰা শাক-পাচলি আৰু ফলমূল ক্ৰয় কৰা গুৱাহাটীৰ এগৰাকী পাইকাৰী ব্যৱসায়ী প্ৰদীপ নাথে জানিবলৈ দিয়ে যে তেওঁলোকে এটা কেঁচা কঠাল ইয়াৰ পৰা ১০ টকাত ক্ৰয় কৰে আৰু বাহিৰত প্ৰতি কেজি ১০০ টকা দৰত বিক্ৰী কৰে।

লায়নলালমনি ৰাংলঙ আৰু তেওঁৰ পত্নী মাহুৱে ৰাংলঙে সামগ্ৰীসমূহ বিক্ৰীৰ বাবে  পেকেজিং কৰে।

অৱশ্যে, চৰকাৰৰ পৰা কোনো ধৰণৰ সা-সুবিধা নোপোৱাৰ বাবে তেওঁলোকে নিজৰ ব্যৱসায়টো আগবঢ়াব পৰা নাই।

 

Recent News

Accident

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd