• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শাসকীয় দল বিজেপি এৰি কংগ্ৰেছলৈ প্ৰাক্তন বিধায়ক

NE NOW NEWS এন ই নাও নিউজ
গুবাহাটী , December 26, 2017 4:19 pm

1 min read

শাসকীয় দল বিজেপি এৰি কংগ্ৰেছলৈ প্ৰাক্তন বিধায়ক
86
VIEWS
Share on FacebookShare on Twitter

অসমৰ সাম্প্ৰতিক ৰাজনৈতিক গতিধাৰাত ওলোটা দিশত খোজ পেলাই শাসনাধিষ্ঠিত বিজেপি দলৰ নেতা তথা প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাসে বিজেপিৰ ঘোৰ বিৰোধী দল কংগ্ৰেছ দলত যোগদান কৰাৰ সিদ্ধান্ত ৰাজহুৱা কৰিছে। শ্ৰীযুত দাসে উক্ত ঘোষণাটো কৰে বিজেপি দলে সমগ্ৰ দেশতে প্ৰাক্তন প্ৰধান মন্ত্ৰী অতলবিহাৰী বাজপেয়ীৰ জন্মদিনটোক সুপ্ৰশাসনৰ দিন হিচাপে উদযাপন কৰা দিনটোতে। তেওঁ অহা বৃহস্পতিবাৰে কংগ্ৰেছ দলটোৰ এক কাৰ্য্যসূচীত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ কথা। জানিব পৰা মতে প্ৰদেশ কংগ্ৰেছৰ নেতাসকলে তেওঁৰ সিদ্ধান্তক আদৰণি জনাইছে আৰু দলৰ মজিয়াত ঠাই দিবলৈ আগ্ৰহী হৈ আছে।

উল্লেখযোগ্য যে শ্ৰীযুত দাস পাটাছাৰকুচি বিধানসভা সমষ্টিৰ পৰা ২০১১ চনত বিজেপি দলক প্ৰতিনিধিত্ব কৰি বিধায়ক হৈছিল। কিন্তু বিজেপিয়ে যোৱা নিৰ্বাচনত তেওঁক দলৰ টিকট নিদিলে। তেওঁৰ সমষ্টিটো বিজেপিয়ে মিত্ৰতা কৰা অগপ দলক এৰি দিছিল আৰু অগপৰ পবিন্দ্ৰ ডেকাই কংগ্ৰেছৰ শৈলেন কলিতাক পৰাজয় কৰি সমষ্টিটোৰ পৰা বিধায়ক হৈছিল।

এটা বিশেষ সূত্ৰই কয় যে উক্ত কাৰ্য্যসূচীতে মনোৰঞ্জন দাসৰ লগতে আন কেইবাটাও দলৰ কেইবাজনো নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰাৰ কথা।

Recent News

210303215044-byun-hui-su-file-exlarge-169

দক্ষিণ কোৰিয়াৰ প্ৰথমগৰাকী ট্ৰেন্সজেণ্ডাৰ সৈনিকৰ মৃতদেহ উদ্ধাৰ : যোৱা বৰ্ষত পুৰুষৰ পৰা মহিলা হৈছিল সৈনিকগৰাকী

Whale-vomit-1_603f597c9f73d

কপাল! তিমিৰ বমি বুটলি আনি নিশাৰ ভিতৰতে কোটিপতি হ’ল এইগৰাকী মহিলা

BJP-AGP

ইউ পি পিএলক ৮খন, অগপলৈ ২৬খন এৰি বিজেপিয়ে ৯২খন আসনত কৰিব প্ৰতিদ্বন্দ্বিতা!

accident final

মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা; গুৰুতৰভাৱে আহত দুজন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd