• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিক্ষানুষ্ঠানক দিব লগীয়া মাচুলৰ ঠাইত পিষ্টল দেখুৱাই ভাবুকি দিয়া কংগ্ৰেছৰ নেতাক দলৰ পৰা নিলম্বন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 1, 2018 10:23 am
APCC
93
VIEWS
Share on FacebookShare on Twitter

আজাৰাস্থিত মাইলছ ব্ৰনছন নামৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানক নিজৰ ছোৱালীক পঢ়ুৱাৰ বাবত দিবলৈ থকা প্ৰায় আঢ়ৈ লাখ টকা খোজা বাবেই তৰ্কাতৰ্কিত লিপ্ত হৈ পিছত পিষ্টল দেখুৱাই ভাবুকি দিয়া অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অৰুণ তিৱাৰীক দলৰ পৰা নিলম্বন কৰা হৈছে। এই কথা জনাইছে প্ৰদেশ কংগ্ৰেছৰ এটা সূত্ৰই।

উল্লেখযোগ্য যে যোৱা ২৮ মাৰ্চত বিদ্যালয়খনত অনাদায় মাচুল সম্পৰ্কীয় কথাত যুক্তিতৰ্ক কৰাৰ পিছতে নেতাজনে বিদ্যালয়খনৰ গাণনিকক পিষ্টল দেখুৱাই ভাবুকি দিছিল। ইয়াৰ পিছতে বিদ্যালয়খনৰ কৰ্তৃপক্ষই থানাত এটা গোচৰ দিয়ে। শিক্ষানুষ্ঠানখনৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে ইতিপূৰ্বে কংগ্ৰেছ নেতাজনক গ্ৰেপ্তাৰ কৰিছিল।

শিক্ষানুষ্ঠানখনৰ সূত্ৰই জনোৱা মতে তিৱাৰীয়ে তেওঁৰ দশম শ্ৰেণীত পঢ়া ছোৱালীজনীৰ মাচুলৰ বাবত ২,৩০,৭৫৪ টকা দিবলৈ বাকী আছে।

আনহাতে প্ৰদেশ কংগ্ৰেছৰ সূত্ৰটোৱে জনোৱা মতে, প্ৰদেশ কংগ্ৰছৰ সভাপতি ৰিপুণ বৰাৰ নিৰ্দেশত নেতাজনক দলৰ পৰা নিলম্বন কৰা হৈছে। তেওঁ সম্পাদক পদৰ পৰাই নহয়, প্ৰাথমিক সদস্য পদৰ পৰাও তাৎক্ষণিকভাৱে কাৰ্য্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে বুলি সাংগঠনিক সাধাৰণ সম্পাদক ৰঞ্জন বৰাই জানিবলৈ দিয়ে।

 

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd