• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

শিক্ষাৰ অধিকাৰ আইন সত্ত্বেও শিশুৱে আধাতে বিদ্যালয় এৰা অব্যাহত আছে মেঘালয়ত

এন ই নাও নিউজ by এন ই নাও নিউজ
April 17, 2018 7:55 pm
RTE_Act_150716f
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ ৬ বছৰৰ পৰা ১৪ বছৰ বয়স সীমাৰ শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ ক্ষেত্ৰত শিক্ষাৰ অধিকাৰ আইন খনৰ কাৰ্য্যকাৰিতাৰ প্ৰসংগত প্ৰশ্নবোধক চিন আহি পৰিছে। ইয়াৰ কাৰণ হ’ল ৰাজ্যখনত এতিয়াও বিদ্যালয় এৰা শিশুৰ সংখ্যা অতি বেছি হৈ থকাই দেখা গৈছে।

আজি বিধানসভাৰ মজিয়াত এই প্ৰসংগটো উত্থাপন কৰে মৌফলাং সমষ্টিৰ নিৰ্দলীয় বিধায়ক ছিনটাৰ ক্লজ চুনে। তেওঁ প্ৰশ্ন কৰে যে বিগত ২০১১ চনৰ ১ আগষ্টৰ পৰাই এই আইনখন বলৱৎ হৈ থকা সত্ত্বেও কিয় ৰাজ্যখনত বিদ্যালয় আধাতে এৰা শিশুৰ সংখ্যা ইমান বেছি হৈছে।

Apply Now

চুনে এই প্ৰসংগত প্ৰাক্তন শিক্ষা মন্ত্ৰী দেবৰো চি মাৰাকে ২০১৭ চনত বিগত বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ত দিয়া উত্তৰ টানি আনে।

উল্লেখযোগ্য যে সেই সময়ত প্ৰাক্তন শিক্ষা মন্ত্ৰীজনে সদনত তথ্য দিছিল যে ৰাজ্যখনৰ ১১খন জিলাৰ প্ৰায় ১ লাখ শিশুৱে বিদ্যালয় ত্যাগ কৰিছে বা তেওঁলোকৰ বহুতেই বিদ্যালয়লৈ যোৱাই নাই।

চুনৰ প্ৰশ্নৰ উত্তৰত শিক্ষা মন্ত্ৰী লাখমেন ৰিমবুয়ে যোৱা কিছু বছৰ ধৰি বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় এৰা কথাটো স্বীকাৰ কৰে। ৰিমবুয়ে কয় যে ২০১৩ চনত বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৩৩,৫৫৭ গৰাকী। ২০১৪ চনত আছিল ৩১,২৭৬ গৰাকী, ২০১৫ চনত ১৪,৯৫৭ গৰাকী, ২০১৬৭ চনত ১৭,২৯৯ গৰাকী আৰু ২০১৭ চনত ১২,৪০৬গৰাকী।

মন্ত্ৰীজনে কয় যে ২০১৮ কিমান ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় এৰিছে সেয়া তেওঁ অৱগতিৰ ভিতৰত নাই।

চুনে কয় যে শিক্ষাৰ অধিকাৰ আইনখন কাৰ্য্যকৰী কৰাৰ ফলত বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমিব লাগে। লগতে তেওঁ এই আইনখন বলৱৎ কৰাৰ পিছৰ আৰু আগৰ ৰাজ্যখনৰ সাক্ষৰতাৰ হাৰ জানিব বিচাৰে।

চুনে চৰকাৰক সা-সুবিধাৰ পৰা বঞ্চিত শিশুসকলক সামৰি লোৱাৰ প্ৰয়াস কৰিবলৈ আহ্বান জনায়, যাতে এইসকলেও শিক্ষা লাভৰ সুযোগ পায়।

ইয়াৰ পূৰ্বে ৰিম্বুয়ে সদনত ব্যক্ত কৰিছিল যে ৰাজ্যখনৰ সকলো স্বীকৃতিপ্ৰাপ্ত শিক্ষাৰ অধিকাৰ আইনখনৰ অধীনত পৰে আৰু ৰাজ্য চৰকাৰে সকলো শিশুকে শিক্ষা দিয়াৰ প্ৰয়াস কৰি যাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd