• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিলচৰত ব’হাগৰ পূৰ্বে বৰদৈচিলাৰ তাণ্ডৱত ব্যাপক ক্ষতি

NE NOW NEWS শিৱাশিস চক্ৰৱৰ্তী
শিলচৰ , March 31, 2018 12:27 pm

1 min read

Silchar
72
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে সন্ধিয়া হঠাতে অহা এজাক ধুমুহা-বৰষুণৰ ফলত ব্যাপক ক্ষয়- ক্ষতি হয় বৰাক উপত্যকাৰ অন্যতম চহৰ শিলচৰত।

উক্ত দিনা সন্ধিয়া প্ৰায় আধা ঘণ্টা ধৰি চলা প্ৰচণ্ড ধুমুহা জাকৰ ফলত চহৰখনৰ ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।

উল্লেখযোগ্য যে ধুমুহাজাকৰ ফলত ধুবুৰী চহৰখনৰ ঠায়ে ঠায়ে বৈদ্যুতিক খুঁটা সমূহ উভালি পৰাৰ উপৰি বহু অনিষ্ট হয় জনসাধাৰণৰ। ইতিমধ্যে প্ৰায়বোৰ অঞ্চলৰ বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছে বুলি জানিব পৰা গৈছে।

অৱশ্যে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে বিদ্যুৎ যোগানৰ কাম ক্ষিপ্ৰ গতিৰে কৰি আছে যদিও কেতিয়ালৈ চহৰখনত বিদ্যুৎ সংযোগ পুনৰ সুচল হ’ব সেয়া নিশ্চিত হোৱা নাই।

ইয়াৰ মাজতে জিলা প্ৰশাসনে ধুমুহা-বৰষুণৰ সময়ছোৱাত ৰাইজে ল’বলগীয়া বিভিন্ন সতৰ্কতামূলক উপদেশ জাৰি কৰিছে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে প্ৰচণ্ড ধুমুহাৰ ফলত ধুবুৰী চহৰখনৰ স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে আৰু বহু লোকৰ বিস্তৰ ক্ষতি হৈছে। অৱশ্যে এই ধুমুহাৰ প্ৰকোপত কোনো লোক হতাহত হোৱা নাই বুলি প্ৰকাশ কৰিছে জিলা প্ৰশাসনৰ শীৰ্ষ সূত্ৰই।

স্মৰ্তব্য যে ব’হাগ বিহুৰ পূৰ্বে প্ৰতিবছৰে এইদৰে ধুমুহা- বৰষুণে তাণ্ডৱৰ সৃষ্টি কৰে ৰাজ্যত।

 

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd