DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিলচৰত সদৌ কাছাৰ-কৰিমগঞ্জ-হাইলাকান্দি ছাত্ৰ সংস্থাৰ অপহৃত ছাত্ৰীক উদ্ধাৰৰ দাবীত বিক্ষোভ প্ৰদৰ্শন

গৌতম তালুকদাৰ by গৌতম তালুকদাৰ
March 22, 2018 6:40 pm
শিলচৰত সদৌ কাছাৰ-কৰিমগঞ্জ-হাইলাকান্দি ছাত্ৰ সংস্থাৰ অপহৃত ছাত্ৰীক উদ্ধাৰৰ দাবীত বিক্ষোভ প্ৰদৰ্শন
132
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে শিলচৰত সদৌ কাছাৰ-কৰিমগঞ্জ আৰু হাইলাকান্দি ছাত্ৰ সংস্থাই আৰক্ষীয়ে বুধবাৰে প্ৰতিবাদী সমদলকাৰীৰ ওপৰত চলোৱা লাঠী চলনাৰ প্ৰতিবাদ জনাই কৰিমগঞ্জ আৰক্ষী অধীক্ষকৰ প্ৰতিমূৰ্তি দাহ কৰে।

উল্লেখযোগ্য যে বুধবাৰে কৰিমগঞ্জ কলেজৰ দাস উপাধিৰ এগৰাকী ছাত্ৰীক অপহৰণ কৰা ঘটনা সন্দৰ্ভত আপহৰণকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাই ছাত্ৰ সংস্থাকেইটাই প্ৰতিবাদী সমদল উলিয়াইছিল।

ইফালে আৰক্ষীয়ে ছাত্ৰী গৰাকীক উদ্ধাৰ তথা অপহৰণকৰীক গ্ৰেপ্তাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ পৰিৱৰ্তে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত নিৰ্মমভাৱে লাঠী চালনা কৰে।

ফলত বৃহস্পতিবাৰে ছাত্ৰ সংস্থা কেইটাৰ সংগঠিত শতাধিক ছাত্ৰ ছাত্ৰীৰ গোটে ৰাংগীৰ খাৰী পইণ্টত কৰিমগঞ্জ আৰক্ষীৰ ব্যৰ্থতাৰ কথা উত্থাপন কৰি অপহৃত ছাত্ৰীক শীঘ্ৰ উদ্ধাৰৰ লগতে অপহৰণকাৰীক গ্ৰেপ্তাৰৰ দাবীত বিক্ষোভ প্ৰৰ্দশন কৰে। তদুপৰি প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীৰ লাঠী চালনা আৰু আটক কৰি থানাত দীৰ্ঘ সময় আবদ্ধ কৰি ৰখাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনায়।

আনহাতে প্ৰতিবাদকাৰী ছাত্ৰ সংস্থাকেইটাই অপহৃত ছাত্ৰী গৰাকীক আৰক্ষীয়ে শীঘ্ৰে উদ্ধাৰ নকৰিলে বৰাক উপত্যকা জুৰি গণ আন্দোলন গঢ়ি তুলিব জানিবলৈ দিয়ে।

Recent News

ভাৰতক নিলম্বন নকৰিবলৈ ফিফাক অনুৰোধ; গিয়ান্নি ইনফান্টিনোলৈ পত্ৰ প্ৰফুল পেটেলৰ

ভাৰতক নিলম্বন নকৰিবলৈ ফিফাক অনুৰোধ; গিয়ান্নি ইনফান্টিনোলৈ পত্ৰ প্ৰফুল পেটেলৰ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd