• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিলচৰ আৰক্ষীয়ে জব্দ কৰিলে দুখন বাৰ্মিজ চুপাৰীভৰ্তি ট্ৰাক, চাৰিজনক আটক

শিবাশিষ চক্রবর্তী by শিবাশিষ চক্রবর্তী
April 30, 2018 2:30 pm
Trucks
144
VIEWS
Share on FacebookShare on Twitter

এক গোপন সূত্ৰৰ ভিত্তিত লাভ কৰা খবৰ অনুযায়ী শিলচৰ আৰক্ষীয়ে যোৱা ২৮ এপ্ৰিলৰ নিশা প্ৰায় ১১ বজাত অতৰ্কিত অভিযান চলাই দুখন বাৰ্মিজ চুপাৰীভৰ্তি ট্ৰাক জব্দ কৰাৰ উপৰি ইয়াৰ লগত জড়িত থকা ৪ জন লোকক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে শিলচৰ আৰক্ষীয়ে টিএছআইৰ সহযোগত চলোৱা যুটীয়া অভিযানটোত ধৰা পৰা ট্ৰাক দুখনৰ নম্বৰ হৈছে ক্ৰমে এএছ ০১ এইচ চি ৫৫৪২ আৰু এএছ ০১ জে চি ৩৬৫৮। ট্ৰাক দুখনৰ পৰা আৰক্ষীয়ে মুঠ ২০০ বেগ চুপাৰী জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত বাৰ্মিজ চুপাৰীখিনিৰ মূল্য প্ৰায় ৪০ লাখ টকা হ’ব বুলি সদৰী কৰিছে আৰক্ষী সূত্ৰই।

শিলচৰ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জব্দকৃত বাৰ্মিজ চুপাৰী কঢ়িয়াই অনা ট্ৰাক দুখন মিজোৰামৰ পৰা অনা হৈছিল। দুয়োখন ট্ৰাকৰ কোনো বৈধ চালান বা অন্য কোনো তথা- পাতি নথকাত আৰক্ষীয়ে ট্ৰাক দুখনৰ সৈতে ৪ জনক নিজৰ জিম্মাত লয়।

ইতিমধ্যে শিলচৰ আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আটকাধীন ৪ জন লোকক জেৰা কৰি আছে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে আটক কৰা কেইজন হৈছে ক্ৰমে ইমানুৱেল চৌৰেই (১৯), হয়ৰিল চৌৰেই (২৫), পিটাৰ চৌৰেই (১৯) আৰু জয় চৌৰেই (২৭)। আটকাধীন আটাইকেইজনে কৰিমগঞ্জ জিলাৰ বাজাৰিচেৰা আৰক্ষী চকীৰ অন্তৰ্গত মগুৰা পুঞ্জীৰ বাসিন্দা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd