• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিশু কৰ্কট ৰোগীৰ সাহায্যাৰ্থে সদৌ অসম ভিত্তিক সংগীত প্ৰতিযোগিতা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 7, 2018 7:26 pm
সংগীত প্ৰতিযোগিতা
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৰ্কট ৰোগত আক্ৰান্ত শিশু সকলৰ চিকিৎসাৰ ক্ষেত্ৰত কিছু আশাৰ ৰেঙণি সঞ্চাৰিত কৰাৰ ক্ষেত্ৰত ‘শাশ্বত-এক আশাৰ ৰেঙণি’ নামৰ সামাজিক সংস্থাটোৰ উদ্যোগত অহা ৩১ মাৰ্চত সদৌ অসম ভিত্তিত অসমীয়া সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

এই সংস্থাৰ সাধাৰণ সম্পাদক শেখৰ জ্যোতি নাথে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়া অনুসৰি তেওঁলোকে এই প্ৰতিযোগিতাখন মহানগৰীৰ জিলা পুথিভঁড়ালত অনুষ্ঠিত কৰিব।

Apply Now

শিশু কেঞ্চাৰ ৰোগীৰ সাহায্যাৰ্থে অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰা এই অনুষ্ঠানত ডিজিটেল মেডিয়া হিচাপে নৰ্থ ইষ্ট নাও, প্ৰথম খবৰ, আসাম টকচ, জনসাধাৰণ, ভাল খবৰ আৰু বিচ্ছুৰিত বৰ্ণালী থাকিব।

ডিজিটেল মেডিয়া পাৰ্টনাৰ হিচাপে নৰ্থ ইষ্ট নাও ৱে সমৰ্থন আগবঢ়োৱাৰ বাবে তেখেতসকলে নৰ্থ ইষ্ট নাওক ধন্যবাদ জ্ঞাপন কৰে। লগতে সাঃসম্পাদক শেখৰজ্যোতি নাথে নৰ্থ ইষ্ট নাওৰ জৰিয়তে  সংগীতৰ লগত জড়িত সকলোকে এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান জনায়।

মূল প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবৰ বাবে প্ৰতিযোগীসকলে অহা ২৩ মাৰ্চত জিলা পুথিভঁড়ালত এক বাছনি প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব লাগিব বুলি আয়োজক কমিটিয়ে আমাক জানিবলৈ দিয়ে।

এই প্ৰতিযোগিতাৰ ভৰ্ত্তি মাচুল ৫০০ টকা লগতে প্ৰথম স্থান দখল কঁৰোতাই ২০,০০০ টকা, দ্বিতীয় স্থান দখল কঁৰোতাই ১৫,০০০ টকা আৰু তৃতীয় স্থান দখল কঁৰোতাই ১০,০০০লাভ কৰিব বুলি উদ্যোক্তা কমিটিয়ে নৰ্থ ইষ্ট নাওক অৱগত কৰে।

লক্ষণীয় যে তেওঁলোকে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰি ৰাহি হোৱা সমগ্ৰ ধন শিশু কৰ্কট ৰোগীৰ সাহায্যাৰ্থে আগবঢ়াব। এই ক্ষেত্ৰত তেওঁলোকে ইচ্ছুক সকলোকে তেওঁলোকৰ এই যাত্ৰাৰ সহযাত্ৰী হ’বৰ বাবে আহ্বান জনায়।

ইচ্ছুক প্ৰতিযোগীসকলে ৯৮৫৯৭১২৬৯১ আৰু ৭৮৯৬৩১৬৯২৩ মোবাইল নম্বৰ দুটাত যোগাযোগ কৰি প্ৰতিযোগিতা সম্পৰ্কে যিকোনো তথ্য লাভ কৰিব পাৰিব বুলি উদ্যোক্তা কমিটিয়ে নৰ্থ ইষ্ট নাওক অৱগত কৰে।

প্ৰতিযোগিতাখনৰ আয়োজক কমিটিৰ উপদেষ্টাৰ দ্বায়িত্বত আছে অসমৰ বিখ্যাত গায়িকা ভিটালী দাস, বিশিষ্টা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, সাংবাদিক চক্ৰপাণি পৰাশৰ, কণ্ঠশিল্পী ৰূপম ভূঞা, আৰ. জে অংশুমান আৰু শিল্পী অসীম কাশ্যপ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আপোনাৰো আয়ুষ্মান কাৰ্ডৰ আবেদন নাকচ হৈছে নেকি? এই সৰু ভুলবোৰৰ বাবেই বিনামূলীয়া চিকিৎসাৰ পৰা বঞ্চিত হ’ব পাৰে আপুনি!

আপোনাৰো আয়ুষ্মান কাৰ্ডৰ আবেদন নাকচ হৈছে নেকি? এই সৰু ভুলবোৰৰ বাবেই বিনামূলীয়া চিকিৎসাৰ পৰা বঞ্চিত হ’ব পাৰে আপুনি!

June 24, 2026 7:21 pm
ভাৰতীয় যাত্ৰীসকললৈ ডাঙৰ সকাহ, ২৭ খন দেশত বিনামূলীয়া ভিছা আৰু ৬৬ খন দেশত ই-ভিছাৰ সুবিধা

ভাৰতীয় যাত্ৰীসকললৈ ডাঙৰ সকাহ, ২৭ খন দেশত বিনামূলীয়া ভিছা আৰু ৬৬ খন দেশত ই-ভিছাৰ সুবিধা

June 24, 2026 7:03 pm
স্কটলেণ্ডৰ বিৰুদ্ধে মেচত আৰম্ভণিৰ পৰা নাথাকিব পাৰে নেইমাৰঃ ৰাফিনহাৰ স্থানত কাক খেলাব আঞ্চেলোত্তিয়ে

স্কটলেণ্ডৰ বিৰুদ্ধে মেচত আৰম্ভণিৰ পৰা নাথাকিব পাৰে নেইমাৰঃ ৰাফিনহাৰ স্থানত কাক খেলাব আঞ্চেলোত্তিয়ে

June 24, 2026 6:47 pm
স্কটলেণ্ডৰ বিৰুদ্ধে খেলিবলৈ সম্পূৰ্ণ সাজু নেইমাৰ! আঘাতৰ বাবে বুধবাৰৰ মেচৰ পৰা বাহিৰ ৰাফিনহা

স্কটলেণ্ডৰ বিৰুদ্ধে খেলিবলৈ সম্পূৰ্ণ সাজু নেইমাৰ! আঘাতৰ বাবে বুধবাৰৰ মেচৰ পৰা বাহিৰ ৰাফিনহা

June 24, 2026 6:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আপোনাৰো আয়ুষ্মান কাৰ্ডৰ আবেদন নাকচ হৈছে নেকি? এই সৰু ভুলবোৰৰ বাবেই বিনামূলীয়া চিকিৎসাৰ পৰা বঞ্চিত হ’ব পাৰে আপুনি!

আপোনাৰো আয়ুষ্মান কাৰ্ডৰ আবেদন নাকচ হৈছে নেকি? এই সৰু ভুলবোৰৰ বাবেই বিনামূলীয়া চিকিৎসাৰ পৰা বঞ্চিত হ’ব পাৰে আপুনি!

June 24, 2026 7:21 pm
ভাৰতীয় যাত্ৰীসকললৈ ডাঙৰ সকাহ, ২৭ খন দেশত বিনামূলীয়া ভিছা আৰু ৬৬ খন দেশত ই-ভিছাৰ সুবিধা

ভাৰতীয় যাত্ৰীসকললৈ ডাঙৰ সকাহ, ২৭ খন দেশত বিনামূলীয়া ভিছা আৰু ৬৬ খন দেশত ই-ভিছাৰ সুবিধা

June 24, 2026 7:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd