• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিশু শ্ৰমিক নিয়োগৰ বিৰুদ্ধে অভিযান : পশ্চিম গোৱালপাৰাৰ পৰা ৫টা শিশুক উদ্ধাৰ

NE NOW NEWS ৰফিকুল আহমেদ
গোৱালপাৰা , March 27, 2018 9:15 pm

2 min read

Child-Labour-copy-570x320
495
VIEWS
Share on FacebookShare on Twitter

আজি শিশু শ্ৰমিক নিয়োগৰ বিৰুদ্ধে চলোৱা এটা অভিযানত পশ্চিম গোৱালপাৰাৰ কেইবাটাও স্থানৰ পৰা শ্ৰমিক হিচাপে কাম কৰি থকা কমেও ৫টা শিশুক উদ্ধাৰ কৰা হয়। এই অভিযানটো চলাইছিল জিলা প্ৰশাসনে গঠন কৰি দিয়া টাস্ক ফ’ৰ্চে।

জিলা শ্ৰম বিষয়া সিংঘ মিথেৰ পাংচা আৰু এম কে দাসৰ নেতৃত্বত চলা এই অভিযান লক্ষীপুৰ, বগুৱান, চুনাৰি অঞ্চলত চলোৱা হৈছিল।

সূত্ৰটোৱে জনোৱামতে অভিযানৰ সময়ত হোটেল আৰু দোকানত শ্ৰমিক হিচাপে নিয়োজিত এই ল’ৰাকেইজনক উদ্ধাৰ কৰা হয়। এওঁলোকৰ বয়স ১৪ বছৰতকৈ কম, যিটো শিশু শ্ৰমিক আইনে নিৰ্ধাৰণ কৰা নিম্নতম বয়সৰেখা।

উদ্ধাৰ কৰাৰ পিছত এই শিশুসকলক শিশু কল্যাণ সমিতি (CWC)ৰ সন্মুখত হাজিৰ কৰোৱা হয় আৰু পৰৱৰ্তী সময়ত তেওঁলোকক অস্থায়ীভাৱে শিশু গৃহলৈ পঠিওৱা হয়।

সূত্ৰটোৱে জনোৱামতে, আজিৰ অভিযানৰ সময়ত অভিযানকাৰী দলটো কিছুমান বাধাৰ সন্মুখীন হয়। বিশেষকৈ দুই এজন অভিভাৱকে তেওঁলোকৰ সন্মতিতে শিশুকেইটাক মালিকে কামত নিয়োগ কৰা বুলি দাবী কৰে। অৱশ্য পিছত স্থানীয় শিক্ষিত লোকসকলৰ বুজনিত অভিভাৱককেইজনে নিজৰ ভুল স্বীকাৰ কৰি লয়।

জানিব পৰামতে, এই শিশুকেইটাক নিয়োগ কৰা পক্ষবোৰৰ বিৰুদ্ধে শ্ৰম কাৰ্য্যালয়ে এটা গোচৰ ৰুজু কৰিব। তাৰ পূৰ্বে শিশুকেইটাৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব।

মন কৰিব লগীয়া যে ৰাজ্যখনত শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰাৰ ঘটনা বৃদ্ধিয়ে সচেতন লোকক উদ্বিগ্ন কৰি আহিছে। সংশ্লিষ্ট পক্ষবোৰৰ বিভিন্ন পদক্ষেপ সত্ত্বেও আৰু বেচৰকাৰী সংস্থা কিছুমানৰ সজাগতা সত্ত্বেও বিভিন্ন কাৰণত শিশু শ্ৰমিকৰ হাৰ হ্ৰাস হোৱা নাই।

Recent News

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd