• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত দিখৌ নদীৰ সংহাৰী ৰূপ; বানত বিধ্বস্ত বিভিন্ন অঞ্চল

পাৰ্শ্বজ্যোতি গগৈ, ৰাজীৱ দত্ত by পাৰ্শ্বজ্যোতি গগৈ, ৰাজীৱ দত্ত
July 30, 2018 7:40 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত উফন্দি উঠিছে দিখৌ নদী। ভয়ানকভাৱে বৃদ্ধি পোৱা দিখৌ নদীৰ বাঢ়নী পানীয়ে নদী কাষৰীয়া অঞ্চল সমূহ বুৰাই পেলাইছে। দিখৌ নদীৰ বাঢ়নী পানীয়ে  শিৱসাগৰৰ চহৰৰ ফুকন নগৰ, কালিবাৰী,  চলে’গাওঁ, থানামুখ ঘাট আদি অঞ্চল বুৰাই পেলাইছে।
উল্লেখযোগ্য যে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে নগৰৰ ফুকন নগৰ প্ৰাথমিক বিদ্যালয়ত এটা অস্থায়ী শিবিৰ স্থাপন কৰি ক্ষতিগ্ৰস্ত লোকসকলক আশ্ৰয়, খোৱা সামগ্ৰীকে ধৰি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিছে।
ইফালে শিৱসাগৰৰ হাহঁচৰা গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলতো দিখৌ নদীৰ বাঢ়নী পানীয়ে বিভিন্ন অঞ্চল বুৰাই পেলাইছে। অঞ্চলটোৰ চূনপোৰা হাবিগাওঁ, হাৰিপৰা আলি, বোকানগৰ, কুঁজিবালি আদি অঞ্চলসমূহ দিখৌ নদীৰ বাঢ়নী পানীত বুৰ গৈ আছে।
ফলত অঞ্চলটোৰ বানাক্ৰান্ত লোকসকলক আটাছুৰ হাঁহচৰা আঞ্চলিকৰ সদস্য সকলে বিভিন্ন ধৰণে সহায় আগবঢ়াইছে বুলি জানিব পৰা গৈছে।
আনহাতে বানত ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চলত এন ডি আৰ এফৰ দল উপস্থিত হৈ বান পৰিস্থিতি নিয়ন্ত্রণ কৰিছে বুলি জানিব পৰা গৈছে।
ইফালে জলসম্পদ বিভাগৰ এক সূত্ৰই জনোৱা অনুসৰি শিৱসাগৰ নগৰত ৩৫ ছে:মি: বিপদসীমাৰ ওপৰে দিখৌ নদীৰ পানী বৈ আছে।
Apply Now
পাৰ্শ্বজ্যোতি গগৈ, ৰাজীৱ দত্ত

পাৰ্শ্বজ্যোতি গগৈ, ৰাজীৱ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

October 19, 2026 1:55 pm
Allah Miyan’s Workshop : এটি আলোচনা

Allah Miyan’s Workshop : এটি আলোচনা

October 19, 2026 12:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd