• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ আমগুৰিত ম’বাইল চোৰক আটক

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো
আমগুৰি , December 9, 2017 7:28 pm

2 min read

শিৱসাগৰৰ আমগুৰিত ম’বাইল চোৰক আটক
89
VIEWS
Share on FacebookShare on Twitter

 

আজি আমগুৰি আৰক্ষীয়ে  গোলাঘাট জিলাৰ গোলাঘাট আৰক্ষী থানাৰ অন্তৰ্গত ফৰকাটিঙৰ তিৰুৱাল গাৱঁৰ পৰা এজন চোৰক আটক কৰে। যোৱা ৩ ডিচেম্বৰত আমগুৰি চহৰৰ ইনফ’ স্পেচ নামৰ এটা ম’বাইল বিক্ৰী কৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা বহু সংখ্যক (প্ৰায় ২০ লাখ টকা মূল্যৰ) ম’বাইল চুৰি  হৈছিল। ঘটনাটো ঘটিছিল আমগুৰি আৰক্ষী থানাৰ মাত্ৰ ১০০ মিটাৰ আঁতৰতে। স্থানীয় ৰাইজে আমগুৰি পুলিচক ইয়াৰ বাবে কঠোৰ সমালোচনা কৰিছিল। আমগুৰি আৰক্ষীয়ে চোৰ ধৰিবলৈ স্নিফাৰ ডগ ব্যৱহাৰ কৰিও একো শুংসূত্ৰ উলিয়াব পৰা নাছিল। তাৰ পিছতে আমগুৰি আৰক্ষীয়ে এই কেচটো প্ৰত্যাহ্বান হিচাপে লৈ অভিযান তীব্ৰতৰ কৰি তোলে। ম’বাইল ট্ৰেকিং পদ্ধতি তথা গোপন সূত্ৰৰ সহায় লৈ আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জে টি বৰুৱা আৰু চাৰ্কোল ইন্সপেক্টৰৰ যুটীয়া নেতৃত্বত এই অভিযান চলে। এই অভিযানত তেওঁলোক কুৰ্বান আলী ওৰফে কুলাই আলীক মৌখৱোৰা কমাৰ গাৱঁৰ তেওঁৰ শহুৰেকৰ ঘৰৰ পৰা ধৰিবলৈ সক্ষম হয়। লগতে আলীয়ে লুকুৱাই ৰখা কেইটামান ম’বাইল হেণ্ডছেটো উদ্ধাৰ কৰে। আৰক্ষীয়ে তেওঁৰ জিম্মাৰ পৰা ৬টা ম’বাইল হেণ্ডছেট, এটা লেপটপ উদ্ধাৰ কৰে। আৰু ৬টা ম’বাইল হেণ্ডছেট তেওঁৰ ঘৰৰ পৰাও উদ্ধাৰ কৰা হয়। আৰক্ষীৰ জেৰাত আলীয়ে স্বীকাৰ কৰে যে শিমলুগুৰিৰ তেওঁৰ খুলখালিয়েক সমীৰ আলীও এই কাণ্ডটোত জড়িত আছে। আৰক্ষীয়ে জনোৱা মতে সমীৰ আলী এতিয়াও পলাতক অৱস্থাত আছে। অৱশ্যে আৰক্ষীয়ে আন দুজনো এই ঘটনাত জড়তি থকাৰ সন্দেহ কৰিছে। স্থানীয় ৰাইজে আৰক্ষীৰ এই সফলতাত সন্তুষ্টি প্ৰকাশ কৰা বুলিও সূত্ৰটোৱে কয়।

Recent News

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

a mori

মৰিগাঁৱত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd