• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ গড়গাঁও বিদ্যুৎ সংমণ্ডলত বাঁহৰ খুঁটাৰ ওপৰেৰে বিপজ্জনকভাৱে টনা হৈছে বিদ্যুৎ তাঁৰ

NE NOW NEWS এন ই নাও নিউজ
শিৱসাগৰ , March 23, 2018 4:59 pm

1 min read

শিৱসাগৰৰ গড়গাঁও বিদ্যুৎ সংমণ্ডলত বাঁহৰ খুঁটাৰ ওপৰেৰে বিপজ্জনকভাৱে টনা হৈছে বিদ্যুৎ তাঁৰ
80
VIEWS
Share on FacebookShare on Twitter

সকলো দিশতে পৰিৱৰ্তন অনাৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ দিনত শিৱসাগৰ জিলাৰ মেচাগড় আৰু মাদুৰি অঞ্চলত কাঠৰ খুঁটা, বাঁহৰ খুটাত বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰি বিদ্যুৎ যোগান ধৰা দেখা গৈছে।

মন কৰিব লগীয়া যে শক্তি বিভাগে ৰাজ্যখনত ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিছিল যদিও ২৪ ঘণ্টা বিদ্যুৎ যোগানৰ পৰিৱৰ্তে বিপদজ্জনকভাৱেহে কাঠৰ খুঁটা, বাঁহৰ খুটা ব্যৱহাৰ কৰি বিদ্যুৎ যোগান দিয়াটো ৰাজ্যবাসীৰ বাবে দুৰ্ভাগ্যজনক।

তাৰোপৰি শিৱসাগৰ জিলাৰ গড়গাঁও বিদ্যুৎ সংমণ্ডলৰ অধীনৰ মেচাগড় আৰু মাদুৰি অঞ্চলৰ ট্ৰেন্সফৰ্মাৰ সমূহো হাবি-জংঘলেৰে আৱৰি ধৰাৰ লগতে বিপজ্জনকভাৱে উন্মুক্ত অৱস্থাতে ৰখা বুলি স্থানীয় লোকে জানবলৈ দিয়ে। ফলত অঞ্চলটোৰ স্থানীয় লোক সকলে কাঠৰ খুঁটা, বাঁহৰ খুঁটা ভাগি যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা ঘটাৰ আশংকাত ভূগিছে।

আনহাতে স্থানীয় লোকে জানিবলৈ দিয়া মতে উক্ত অঞ্চলটোৰ বাবে ঠিকাদাৰে পকী খুঁটা যোগান ধৰিছে যদিও বৰ্তমানলৈকে খুঁটা সমূহ পাৰিয়ে আছে। ইয়াৰোপৰি যিসমূহ খুঁটা যোগান ধৰা হৈছে সেই সমূহত মাজত ৰদ নথকা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। লগতে তেওঁলোকে কয় যে এই নিম্ন মানৰ খুঁটা সমূহ স্থাপন কৰিলেও কিমান দিন যাব তাত তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে।

Recent News

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd