• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ ১৫৩০জন বেতন বঞ্চিত শিক্ষকৰ আত্মজাহৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ চি পি আইৰ শিৱসাগৰ সমিতিৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 25, 2018 1:23 pm
Teacher_Protest_2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলাৰ ১৫৩০জন বেতন বঞ্চিত শিক্ষকে অহা ২৬ জুলাইত শিৱসাগৰ বৰপুখুৰীত সমূহীয়া আত্মজাহৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই সিদ্ধান্ত প্ৰত্যহাৰ কৰিবলৈ অনুৰোধ জনাইছে ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ শিৱসাগৰ শাখাই।

দলটোৱে লগতে চৰকাৰক তাৎক্ষণিকভাৱে এই বিষয়ত হস্তক্ষেপ কৰি বেতন বঞ্চিত শিক্ষকসকলৰ এই দীৰ্ঘদিনীয়া সমস্যাটো  সমাধান কৰি দিবলৈ দাবী জনাইছে। পূৰ্বৰ কংগ্ৰছ আৰু বৰ্তামানৰ বিজেপি চৰকাৰে এই সকল বেতন বঞ্চিত শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ আৰু প্ৰাপ্য বেতন প্ৰদানত কৰি অহা প্ৰতাৰণাৰ তীব্ৰ গৰিহণা দিছে চিপিআয়ে।

Apply Now

ইফালে ১৫৩০গৰাকী শিক্ষকৰ জীৱনলৈ অন্ধকাৰ নমাই অনা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসম, শিৱসাগৰ জিলা সমিতি। সংগঠনটোৰ সভাপতি আৰু সম্পাদকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰত উল্লেখ কৰিছে যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে উচ্চ ন্যায়ালয়ৰ গইনা লৈ ২০-২৫ বছৰ পূৰ্বে চাকৰিত যোগদান কৰি আজি পৰ্য্যন্ত কৰ্মৰত ১৫৩০গৰাকী  বেতন বঞ্চিত শিক্ষকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ষাড়যন্ত্ৰ কোনো কাৰণত মানি লোৱা নহ’ব। অহা ২৬ জুলাইৰ পূৰ্বেই এইসকল শিক্ষকৰ সমস্যাসমূহৰ স্থায়ী সমাধান কৰিবলৈ দাবী উত্থাপন কৰে সংগঠনটোৱে।

উল্লেখ্য যে শিৱসাগৰ জিলাত ১৯৯১ চনৰ পৰা ২০০১ চনৰ ভিতৰত নিযুক্তি লাভ কৰা শিক্ষকসকলৰ ১৫৩০গৰাকীক চৰকাৰে অবৈধ ঘোষণা কৰিবলৈ যো-জা চলাইছে। এই কথা জানিব পাৰি হাহাকাৰ লাগে এই সকল বেতন বঞ্চিত শিক্ষক আৰু তেওঁলোকৰ পৰিয়ালৰ মাজত। সুদীৰ্ঘ ২০-২৫ বছৰ শিক্ষকতাৰ চাকৰি কৰাৰ পিছত হঠাৎ তেওঁলোকক অবৈধ ঘোষণা কৰিব লোৱা কাৰ্য্যক সহজভাৱে ল’ব পৰা নাই এইসকল বেতন বঞ্চিত শিক্ষকে।

১৯৯১আৰু ১৯৯৬ চনত চৰকাৰে দিয়া বিজ্ঞাপনৰ জৰিয়তে আৰু ট্ৰেজাৰি চালান জমা দি শিক্ষকৰ চাকৰিৰ বাবে আৱেদন কৰিছিল আৰু নিজৰ যোগ্যতাৰ ভিত্তিত নিযুক্তি লাভ কৰিছিল বুলি দাবী কৰে এইসকল বেতন বঞ্চিত শিক্ষকে।

২০১২ চনলৈকে দৰমহা পাই থকা চৰকাৰী নিযুক্তি পত্ৰ লাভ কৰা আৰু চৰকাৰী বুনিয়াদী প্ৰশিক্ষণৰ প্ৰমান পত্ৰ থকা এইসকল শিক্ষকক সুদীৰ্ঘ ২০-২৫ বছৰ শিক্ষকতা কৰাৰ পিছত হঠাৎ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এক জাননী জাৰি কৰি তেওঁলোকৰ চাকৰি কেনেকৈ বৈধ হয় তাৰ ব্যাখ্যা দিবলৈ নিৰ্দেশ দিছে। শিৱসাগৰৰ লগতে অসমৰ প্ৰায় ২৪খন জিলাৰ মুঠ ৯২৩৬গৰাকী শিক্ষকলৈ এই জাননী জাৰি কৰিছে চৰকাৰে।

চৰকাৰৰ এই হঠকাৰী  কাৰ্য্যত মানসিকভাৱে ভাগি পৰি অহা ২৬ জুলাইত শিৱসাগৰৰ এই ১৫৩০গৰাকী শিক্ষকে পৰিয়ালসহ শিৱসাগৰ পুখুৰীত সমূহীয়া আত্মজাহ দিয়াৰ কথা ঘোষণা কৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিহাৰৰ কিন্নৰ সমাজে নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ মন্দিৰ : প্ৰধানমন্ত্ৰীৰ মূৰ্তিৰ সন্মুখত কৰিব পূজা-অৰ্চনা

বিহাৰৰ কিন্নৰ সমাজে নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ মন্দিৰ : প্ৰধানমন্ত্ৰীৰ মূৰ্তিৰ সন্মুখত কৰিব পূজা-অৰ্চনা

August 1, 2026 12:34 pm
হিৰোচিমাৰ উপকূলীয় বালিত ৰহস্যময় পদাৰ্থৰ; ৭হাজাৰ ডিগ্ৰী চেলছিয়াছ তাপত সৃষ্ট অনন্য ধাতু!

হিৰোচিমাৰ উপকূলীয় বালিত ৰহস্যময় পদাৰ্থৰ; ৭হাজাৰ ডিগ্ৰী চেলছিয়াছ তাপত সৃষ্ট অনন্য ধাতু!

August 1, 2026 12:21 pm
প্ৰণৱ দলেৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিয়াক তীব্ৰ গৰিহণা, তাৎক্ষণিক মুক্তিৰ দাবী বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ

প্ৰণৱ দলেৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিয়াক তীব্ৰ গৰিহণা, তাৎক্ষণিক মুক্তিৰ দাবী বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ

August 1, 2026 11:49 am
অসমৰ বানত মৃত্যুৰ সংখ্যা ৮২জনলৈ বৃদ্ধি; ১.৯২ লাখলৈ হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা

অসমৰ বানত মৃত্যুৰ সংখ্যা ৮২জনলৈ বৃদ্ধি; ১.৯২ লাখলৈ হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা

August 1, 2026 11:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰৰ কিন্নৰ সমাজে নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ মন্দিৰ : প্ৰধানমন্ত্ৰীৰ মূৰ্তিৰ সন্মুখত কৰিব পূজা-অৰ্চনা

বিহাৰৰ কিন্নৰ সমাজে নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ মন্দিৰ : প্ৰধানমন্ত্ৰীৰ মূৰ্তিৰ সন্মুখত কৰিব পূজা-অৰ্চনা

August 1, 2026 12:34 pm
হিৰোচিমাৰ উপকূলীয় বালিত ৰহস্যময় পদাৰ্থৰ; ৭হাজাৰ ডিগ্ৰী চেলছিয়াছ তাপত সৃষ্ট অনন্য ধাতু!

হিৰোচিমাৰ উপকূলীয় বালিত ৰহস্যময় পদাৰ্থৰ; ৭হাজাৰ ডিগ্ৰী চেলছিয়াছ তাপত সৃষ্ট অনন্য ধাতু!

August 1, 2026 12:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd