DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰ ডিমৌৰ ইকৰাতলীত আজিও নাই বিদ্যুৎ সংযোগ, প্ৰতিবাদ গাওঁবাসীৰ

হিতোজ্জ্বল চেতিয়া by হিতোজ্জ্বল চেতিয়া
July 3, 2018 11:13 pm
শিৱসাগৰ ডিমৌৰ ইকৰাতলীত আজিও নাই বিদ্যুৎ সংযোগ, প্ৰতিবাদ গাওঁবাসীৰ
102
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত বকতাৰ এখন গাওঁ ইকৰাতলী। আধুনিকতাই ঢুকি নোপোৱা এই গাওঁখনৰ ৰাইজে আজি ১০ বছৰে দেখা নাই বিদ্যুতৰ পোহৰ। চাকিৰ পোহৰতে ছাত্র-ছাত্ৰীয়ে পঢ়া শুনা কৰে, আন আন কামবোৰ কৰে আৰু তেনেকৈয়ে গাওঁবাসীয়ে জীৱন-যাপন কৰি আছে।

এনেদৰে অন্ধকাৰত দিন কটোৱাৰ মাজতে ভূতৰ ওপৰত দানৱ পৰাদি সম্প্ৰতি গাওঁখনৰ বিস্তীৰ্ণ অঞ্চল দিচাং আৰু দিৰৈ নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে।

এফালে বিজুলী বাতিৰ নাটনি আৰু তাৰ ওপৰত বানপানীৰ তাণ্ডৱ, বকতা ইকৰাতলী গাঁৱৰ ৰাইজ অতিষ্ঠ হৈ চৰকাৰৰ বিৰুদ্ধে হাতত চাকি লৈ কৰিছে অভিনৱ প্ৰতিবাদ। গাওঁখনত শীঘ্ৰে বিদ্যুৎ সংযোগ দিয়া দাবীত বিধায়ক, সাংসদ তথা চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যে পথৰ ওপৰৰ পুৰুষ-মহিলা সকলোৱে কৰিছে প্ৰতিবাদ। এতিয়া পৰিৱৰ্তনকামী চৰকাৰে গঞা ৰাইজৰ আশা-আকাংক্ষা কিদৰে পূৰণ কৰে সেয়া হ’ব লক্ষণীয়। বৰ্তমান আহাৰমহীয়া বানৰ বিভীষিকা আৰু অন্ধকাৰৰ মাজত ভয়াৱহ দিন কটাইছে গাঁৱখনৰ ৰাইজে।

Recent News

Supreme Court on sex worker

উচ্চমত ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: অবৈধ নহয় গণিকা বৃত্তি, আৰক্ষীয়ে যৌনকৰ্মীক কৰিব নোৱাৰিব হাৰাশাস্তি

ট্ৰেংকুলাইজ কৰা হৈছে মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰা পথভ্ৰষ্ট বনৰীয়া ম’হটো

ট্ৰেংকুলাইজ কৰা হৈছে মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰা পথভ্ৰষ্ট বনৰীয়া ম’হটো

AHSEC

পৰীক্ষা সম্পৰ্কীয় কিছু চিন্তা

Bhima Koregaon Case

ভীমা কোৰেগাঁও গোচৰ: হাৰাশাস্তিৰ অভিযোগত কাৰাগাৰৰ ভিতৰতে অনশনত বহিল গোৰাখে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd