DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শোণিতপুৰৰ ৰঙাপাৰাত বন্যহস্তীয়ে লণ্ড-ভণ্ড কৰিলে দুজনকৈ লোকৰ বাসগৃহ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2018 11:07 am
বনৰীয়া হাতী

প্ৰতিনিধিত্বমূলক ছবি

123
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত মাৰ যোৱা নাই হাতী-মানুহৰ সংঘাত। ৰাজ্যখনৰ ন-ন প্ৰান্তত হাতীৰ উপদ্ৰৱ অব্যাহত থকাৰ সময়তে কালি নিশা শোণিতপুৰৰ ৰঙাপাৰাৰ জংঘলবস্তিত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলোৱাৰ বাতৰি পোৱা গৈছে। কালি নিশা জংঘলবস্তিৰ নিবাসী চৌও বুধুৱা আৰু লহৰা ধানোৱাৰ নামৰ লোক দুজনৰ বাসগৃহ দুটা হাতীয়ে ভাঙি লণ্ড-ভণ্ড কৰে। লোক দুজনৰ পৰিয়ালৰ লোকে হাতী অহাৰ উমান পোৱাত বাসগৃহ এৰি পলায়ণ কৰাতহে কথমপি প্ৰাণ ৰক্ষা পৰে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ৰঙাপাৰাৰ বিভিন্ন অঞ্চলত আজি প্ৰায় এসপ্তাহ ধৰি বন্যহস্তীয়ে তাণ্ডৱ চলাইছে অহাৰ পিছতো বনবিবাগে কোনোধৰণৰ ব্যৱস্থা হাতত নোলোৱাত অঞ্চলটোৰ ৰাইজসকল ক্ষোভিত হৈ পৰিছে। স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি তেওঁলোকে বাৰম্বাৰ বনবিভাগৰ লোকক হাতীৰ জাকটো খেদি পঠাবলৈ অনুৰোধ কৰাৰ পিছতো বনবিভাগে বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই।

ৰাজ্যৰ ভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে মৃত্যুক সাবটি লোৱাৰ বিপৰীতে অব্যাহত আছে হাতীৰ তাণ্ডৱ। ৰাজ্যৰ বন্যহস্তীৰ এনে অৱস্থাৰ বাবে সচেতন মহলৰ মাজত উদ্বিগ্নতা বৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছে। খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চললৈ জাকে জাকে হাতী ওলাই আহে যাৰ ফলস্বৰূপে হাতীয়ে মৃত্যুক সাবটি লোৱাৰ লগতে সাধাৰণ জনতাৰো ঘৰ-দুৱাৰ লণ্ড-ভণ্ড কৰি হাৰাশাস্তি কৰিছে। এই ক্ষেত্ৰত বন বিভাগৰ নিস্তব্ধতাই প্ৰকৃতিপ্ৰেমী সকলক অধিক চিন্তিত কৰি তুলিছে।

Recent News

এন পি পি যদি গণমুখী হ’লহেঁতেন তেন্তে বিজেপিৰ সৈতে হাত মিলাই নাথাকিলহেঁতেন : টিএমচিৰ নেতা এন্ড্ৰিউ ছুল্লাই

এন পি পি যদি গণমুখী হ’লহেঁতেন তেন্তে বিজেপিৰ সৈতে হাত মিলাই নাথাকিলহেঁতেন : টিএমচিৰ নেতা এন্ড্ৰিউ ছুল্লাই

নিযুক্তি নাই! কেন্দ্ৰত খালী ১০ লাখ চাকৰি : ২.৯৩ পদ খালী ৰে’ল বিভাগত

নিযুক্তি নাই! কেন্দ্ৰত খালী ১০ লাখ চাকৰি : ২.৯৩ পদ খালী ৰে’ল বিভাগত

আজি বৰপেটা কৃষ্ণ গুৰু সেৱা শ্ৰমৰ কীৰ্ত্তনত অংশ ল’ব নৰেন্দ্ৰ মোডীয়ে

আজি বৰপেটা কৃষ্ণ গুৰু সেৱা শ্ৰমৰ কীৰ্ত্তনত অংশ ল’ব নৰেন্দ্ৰ মোডীয়ে

আজি মুকলি কৰা হ’ব কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠি

আজি মুকলি কৰা হ’ব কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd