• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শ্যামাপ্ৰসাদ মুখাৰ্জীৰ মূৰ্তি পুনৰ নিৰ্মাণৰ দাবী : প্ৰধান মন্ত্ৰী, মুখ্য মন্ত্ৰী, হাগ্ৰামালৈ স্মাৰকপত্ৰ প্ৰেৰণ

NE NOW NEWS এন ই নাও নিউজ
কোকৰাঝাৰ , March 19, 2018 10:16 pm

2 min read

Shyama-Prasad-Mookherjees-statue-vandalised-570x320
73
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি ভঙাক কেন্দ্ৰ কৰি এতিয়াও চাঞ্চল্য অব্যাহত আছে৷ আৰক্ষীয়ে  মূল অভিযুক্তক আজিও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত ঠায়ে ঠায়ে প্ৰতিবাদ অব্যাহত ৰাখিছে বিভিন্ন দল-সংগঠনে৷

আৰক্ষীৰ ব্যৰ্থতাৰ প্ৰতিবাদত আজি শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি আৰু পাৰ্ক পৰিচালনা সমিতিৰ সভাপতি সন্তোষ তৰফদাৰে কোকৰাঝাৰত এখন সাংবাদ মেলৰ আয়োজন কৰি ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ভঙা মূৰ্তিটো পুনৰ নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰিছে৷

তদুপৰি প্ৰতিমূৰ্তিটো পুনৰ নিৰ্মানৰ পিছত দুষ্কৃতিকাৰীয়ে যাতে পুনৰাই মূৰ্তিটো বিনষ্ট কৰিব নোৱাৰে তাৰ বাবে চৰকাৰক যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰো দাবী জনাই তৰফদাৰে৷

আনহাতে আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িত থকা মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱা কাৰ্যকো ধিক্কাৰ দিয়ে সন্তোষ তৰফদাৰে৷ উল্লেখ্য যে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ চহিদ বেদী স্মাৰক সমিতিয়ে কেইবাটাও দাবী উত্থাপন কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক সুকীয়া সুকীয়াকৈ স্মাৰকপত্ৰ প্ৰেৰন কৰে৷

ইতিমধ্যে ঘটনাটোৰ সৈতে জড়িত থকাৰ সন্দেহত কোকৰাঝাৰ আৰক্ষীয়ে ২২ জন লোকক আটক কৰি সোধপোছ কৰিছিল যদিও পৰৱৰ্তী পৰ্যায়ত পৰ্যাপ্ত প্ৰমাণ নোপোৱাৰ ফলত আটাইকেইজন লোককে মোকলাই দিছিল।

উল্লেখযোগ্য যে ১৩ মাৰ্চৰ নিশা কোকৰাঝাৰ চহৰত কোনো অচিনাক্ত দুৰ্বৃত্তই আন্ধাৰৰ সুযোগ লৈ ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ নেতা শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি ভাঙি লণ্ডভণ্ড কৰিছিল।

Recent News

doraemon-nobita-shizuka

অৱশেষত সম্পন্ন হ’ল Doraemon ৰ নবিটা-ছিজুকাৰ বিয়া! নেটিজেনৰ মাজত আনন্দৰ লহৰ

১২৫ সংখ্যক জন্মজয়ন্তীৰ পূৰ্বে নেতাজীৰ নামাৰে ৰে’লৰ নামাকৰণ ভাৰতীয় ৰে’লৱেৰ

১২৫ সংখ্যক জন্মজয়ন্তীৰ পূৰ্বে নেতাজীৰ নামাৰে ৰে’লৰ নামাকৰণ ভাৰতীয় ৰে’লৱেৰ

Himanta-Pratibandhi

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ ঘেৰাও কৰাৰ হুংকাৰ হাজাৰ হাজাৰ প্ৰতিবন্ধীৰ; কিন্তু কিয়?

ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ অধীনত গোৱালপাৰাত সজাগতা সমদল

ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ অধীনত গোৱালপাৰাত সজাগতা সমদল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd