• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত বোকাখাত মহকুমাৰ সকলো বাগিচাত চাহ মজদুৰ সংঘৰ ধৰ্ণা

উত্তম শইকীয়া by উত্তম শইকীয়া
July 4, 2018 10:54 am
Image_1530677030277
205
VIEWS
Share on FacebookShare on Twitter

শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত অসম চাহ মজদুৰ সংঘই আজি আহ্বান জনোৱা বাগিচা বাগিচাই এঘন্টীয়া ধৰ্ণা কাৰ্যসূচীৰ প্ৰতি সহাঁৰি জনায় বোকাখাত মহকুমাটো চাহ মজদুৰ সংঘৰ বোকাখাত শাখাৰ নেতৃত্বত মহকুমাটোৰ সকলো চাহ বাগিচাতে পুৱাতে এই কাৰ্যসূচী ৰূপায়ন কৰে ৷ মহকুমাটোৰ প্ৰতিখন বাগিচাৰে শ্ৰমিক কামলৈ যোৱাৰ আগেয়ে বাগিচাৰ কাৰ্যালয়ৰ সমুখত সকলো সমবেত হৈ ধৰ্ণা দিয়ে।

শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবীত সুদীৰ্ঘ দিন ধৰি চাহ শ্ৰমিক সকলে বিভিন্ন সময়ত আন্দোলন কৰি আহিছে যদিও বৰ্তমানৰ চৰকাৰখনে যোৱা দুটা বছৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বাবে কোনো গুৰুত্ব নিদিয়াত এতিয়াত ক্ষুভিত হৈ পৰিছে চাহ শ্ৰমিকসকল।

IMG-20180704-WA0035

চাহ মজদুৰ সংঘৰ আহ্বানত আজি বোকাখাতৰ চাহ বাগিচাবোৰৰ শ্ৰমিকসকলে হাতে হাতে সংঘৰ পতাকা লৈ ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে বাগিচাৰ পৰিচালকৰ হাতত মজুৰী বৃদ্ধিৰ দাবী চনদ প্ৰদান কৰি কাৰ্যসূচী ৰূপায়ন কৰে।

উল্লেখযোগ্য যে চাহ মজদুৰ সংঘৰ বোকাখাত শাখাৰ সভাপতি মামনি গাজলুয়ে স্থানীয়  লখৌজান চাহ বাগিছাত আৰু সম্পাদক তপন কৰ্মকাৰে নুমলীগড় চাহ বাগিচাত স্থানীয় বাগিচা সংঘ আৰু শ্ৰমিকৰ সহযোগত আজিৰ প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd