• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ষ্ট্ৰাণ্ডা স্মৃতি বক্সিং টুৰ্নামেণ্টত ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হ’ল মেৰীকম

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2018 5:35 pm
M C Marykom File Photo

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৬৯ সংখ্যক ষ্ট্ৰাণ্ডা স্মৃতি বক্সিং টুৰ্নামেণ্টৰ ফাইনেলত পৰাজয় বৰণ কৰাৰ লগে লগে মেৰীকমৰ ক্ৰমাগত তৃতীয়টো আন্তঃৰাষ্ট্ৰীয় সোণৰ পদক অৰ্জন কৰাৰ সপোন চূৰ্ণ-বিচূৰ্ণ হয়।

পাঁচবাৰৰ বিশ্ব চেম্পিয়ন তথা মণিপুৰৰ মহিলা বক্সাৰ এম চি মেৰীকমে বুলগেৰিয়াত চলা এই প্ৰতিযোগিতাখনৰ ফাইনেলত ঘৰুৱা তথা বুলগেৰিয়াৰ খেলুৱৈ চেভদা এচেন’ভাৰ হাতত পৰাজয় বৰণ কৰে।

Apply Now

প্ৰতিযোগিতাখনৰ ফাইনেলত মেৰীকমে পৰাজিত হোৱাত ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়।

মন কৰিবলগীয়া যে ফাইনেল মেচখনৰ বেছিভাগ বাউটতে অলিম্পিক ব্ৰঞ্জ পদক বিজয়ী মেৰীকমে এচেন’ভাক বক্সিং ৰিঙত থকা-সৰকা কৰা পৰিলক্ষিত হৈছিল।

ভাৰতীয় বক্সিং জগতৰ তাৰকা মেৰীকমে মেচখনত অতি আক্ৰমণাত্মকভাবে বক্সিং ৰিঙত নিজৰ প্ৰদৰ্শন আগবঢ়াই যদিও বিচাৰকে মেচখনৰ ফলাফল ঘোষণা কৰাৰ লগে লগে উপস্থিত সকলো দৰ্শক আচৰিত হৈ উঠে। কিয়নো বেছিভাগ সময়ে মেৰীকমে দমন কৰি থকা মেচখন বিচাৰকে এচেন’ভাৰ পক্ষত ঘোষণা কৰাত ভাৰতীয় শিবিৰ যথেষ্ট হতাশাগ্ৰস্ত হোৱা পৰিলক্ষিত হয়।

উল্লেখ্য যে এম চি মেৰীকমে বুলগেৰিয়াত অনুষ্ঠিত বক্সিং প্ৰতিযোগিতাখনৰ পূৰ্বে এছিয়ান চেম্পিয়নশ্বিপ আৰু ইণ্ডিয়া অ’পেনত একোটাকৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

৬৯ সংখ্যক ষ্ট্ৰাণ্ডা স্মৃতি বক্সিং টুৰ্নামেণ্টত ভাৰতীয় মহিলা বক্সাৰে দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদকেৰে প্ৰতিযোগিতাখনৰ সফল সামৰণি পেলায়।

স্মৰ্তব্য যে ইউৰোপৰ আটাইতকৈ পুৰণি এই বক্সিং প্ৰতিযোগিতাখনত মণিপুৰৰ এইগৰাকী ৩৫ বৰ্ষীয় বক্সাৰ তথা অন্য বক্সাৰৰ উজ্জীৱিত প্ৰদৰ্শনত স্বাভাৱিকতে ভাৰতীয় ক্ৰীড়া জগতৰ বাবে সুখবৰ কঢ়িয়াই আনিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd