• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত বিশ্বনাথ চাৰিআলিত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , April 2, 2018 4:17 pm

1 min read

ধৰ্মঘট
117
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসম, বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিৰ সহযোগত বিশ্বনাথ চাৰিআলি নগৰৰ মাজমজিয়াত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

উল্লেখযোগ্য যে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰক অসমত বিগত সময়ত বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ ফলত সৰ্বহাৰা হোৱা লোকসকলক অতি শীঘ্ৰে পুনৰ সংস্থাপনৰ বৱ্যস্থা কৰা, অসমৰ খিলঞ্জীয়া লোকসকলক মাটিৰ পট্টা প্ৰদান কৰাৰ লগতে অসমত এখন শক্তিশালী ভূমি আইন প্ৰনয়ন কৰা দাবী জনায়।

ধৰ্মঘট কাৰ্যসূচীটোত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক আৰু প্ৰচাৰ সম্পাদক ক্ৰমে দিব্যজ্যোতি বৰুৱা আৰু জোনমনি দাস, বিশ্বনাথ জিলাৰ সভাপতি-সম্পাদক ক্ৰমে নিত্যানন্দ দাস আৰু ভাস্কৰ দাস, বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিৰ সভাপতি বিজিত শইকীয়া, সাঃসম্পাদক পল্লৱ কাকতি, বিহালী আঞ্চলিক সমিতিৰ সভাপতি বিতুপন লহকৰ, সাঃসম্পাদক বিজিত বিশ্ব বৰুৱা, নদুৱাৰ আঞ্চলিক সমিতিৰ সভাপতি অনিল বৰা, সাঃসম্পাদক তপন কুমাৰ ডেকা, জিনজিয়া আঞ্চলিক সমিতিৰ সভাপতি অৱতাৰ কুমাৰ তাঁতী উপস্থিত থকাৰ লগতে সংগঠনকেইটাৰ আৰু বহু সংখ্যক সদস্য উপস্থিত থাকে।

আনহাতে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ পিছতে বিশ্বনাথৰ উপয়ুক্তৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd