• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ,অসমৰ গহপুৰ আঞ্চলিক সমিতি গঠন

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , March 29, 2018 8:59 am

1 min read

সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ,অসমৰ গহপুৰ আঞ্চলিক সমিতি গঠন
125
VIEWS
Share on FacebookShare on Twitter

কালি অৰ্থাৎ ২৮ মাৰ্চ তাৰিখে গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত গহপুৰ মহকুমাৰ বিভিণ্ণ অঞ্চলৰ জাতি-জনগোষ্ঠীৰ যুৱকক সামৰি সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ,অসমৰ বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত সংগঠনটোৰ গহপুৰ আঞ্চলিক সমিতিখন গঠন কৰা হয়।

এই সন্দৰ্ভত কালি অনুষ্ঠিত সভাত উপস্থিত থাকি সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক দিৱ্যজ্যোতি বৰুৱাই পৰিষদৰ বিষয়ে বক্তৱ্য আগবঢ়োৱাৰ লগতে বিশ্বনাথ সমিতিৰ সাধাৰন সম্পাদক পল্লৱ কাকতিয়ে পৰিষদৰ লক্ষ্য-উদেশ্য আৰু অনাগত দিনত অসমৰ যুৱ সমাজে কেনেদৰে জাতীয় সংগ্ৰামখনক আগবঢ়াই নিব লাগিব তাৰ ওপৰত বক্তৱ্য আগবঢ়ায়।

বিশ্বনাথ জিলা সমিতিৰ বহু কেইগৰাকী বিষয়বৱীয়া উপস্থিত থকা এই সভাত সৰ্বসন্মতি ক্ৰমে আদিত্য শইকীয়াক সভাপতি আৰু পংকজ ভূঞাক সাধাৰণ সম্পাদক হিচাবে লৈ এখন ৩১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়৷

কালিৰ উক্ত সভাতে অহা ১১ এপ্ৰিলত গুণোৎসৱ ২০১৭ত A+ আৰু A গ্ৰেড লাভ কৰা গহপুৰ মহকুমাৰ বিদ্যালয়সমুহক অভিনন্দন জনোৱাৰ উদ্দেশ্যে এখন অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিন্ধান্ত লোৱা হয়।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd