DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই অহা ২০, ২১, ২২ আৰু ২৩ ডিচেম্বৰত বন্ধ ৰাখিব গ্ৰন্থ বিপণি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 16, 2017 7:57 pm
সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই অহা ২০, ২১, ২২ আৰু ২৩ ডিচেম্বৰত বন্ধ ৰাখিব গ্ৰন্থ বিপণি
168
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে স্নাতকোত্তৰ শ্ৰেণীলৈকে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ যি সিদ্ধান্ত লৈছে তাৰ প্ৰতিবাদত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই আজি কোকৰাঝাৰত মাৰ্চেণ্ট কালিবাৰীত এক প্ৰতিবাদী সভা তথা সংবাদমেল অনুষ্ঠিত কৰে। এই সভাৰ সিদ্ধান্তমৰ্মে সন্থাই গোটেই অসমতে ইয়াৰ অধীনৰ গ্ৰন্থ বিপণিবোৰ অহা ২০, ২১, ২২ আৰু ২৩ ডিচেম্বৰত বন্ধ ৰাখিব বুলি জনাইছে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে। তেওঁলোকে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত নিজৰ ক্ষোভ ব্যক্ত কৰি কয় যে তেওঁলোক ছাত্ৰ-ছাত্ৰীক কিতাপ বিনামূলীয়াকৈ দিয়াৰ বিৰোধী নহয়, কিন্তু সেইটো পৰোক্ষভাৱে ছাত্ৰ-ছাত্ৰীক জলপানি দি কৰাটো বিচাৰে। সন্থাটোৱে এই বিষয়টোত নিজৰ আৱেদন যুক্তিসহকাৰে মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা বুলিও প্ৰকাশ কৰে। তাৰ পিছতো চৰকাৰে নিজৰ স্থিতিত অটল থকাত সন্থাটোৱে এইদৰে প্ৰতিবাদৰ অংশস্বৰূপে বিপণিসমূহ বন্ধ ৰাখিবলৈ বাধ্য হৈছে বুলি কয় সম্পাদকজনে। আনহাতে তেওঁ অসমৰ সকলো গ্ৰন্থ বিক্ৰেতা তথা গ্ৰন্থ বিপণিৰ মালিকক উক্ত দিনকেইটাত নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখি প্ৰতিবাদৰ কাৰ্য্যসূচীটোত সমৰ্থন জনাবলৈ আহ্বান জনায়। সন্থাটোৰ সাধাৰণ সম্পাদকজনে এইটোও কয় যে এইটো থলুৱা মানুহৰ ব্যৱসায় আৰু ইয়াত লাখ লাখ নিবনুৱা জড়িত হৈ আছে। গতিকে এইসকলক ভাতে নামাৰিবলৈ তেওঁলোকে চৰকাৰক অনুৰোধ জনাইছে। সাংবাদ মেলখনত সন্থাৰ কাৰ্য্যকৰী সদস্যসকলকে ধৰি বিভিন্ন স্থানৰ গ্ৰন্থ বিপণিসমূহৰ গৰাকী আৰু গ্ৰন্থ বিক্ৰেতাসকল উপস্থিত থাকে৷ সংবাদমেলৰ পিছতে সন্থাৰ কোকৰাঝাৰ জিলা সমিতিও গঠন কৰা হয়৷

Recent News

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd