DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সন্তাহীন মহিলাই স্বামীৰ নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ চিকিৎসালয়ৰ পৰাই অপহৰণ কৰিছিল আঢ়ৈ বছৰীয়া শিশুক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2018 11:53 am
প্ৰতিনিধত্বমূলক ফটো

প্ৰতিনিধত্বমূলক ফটো

81
VIEWS
Share on FacebookShare on Twitter

মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা অপহৃত আঢ়ৈ বছৰীয়া শিশুটিক অৱশেষত আৰক্ষীয়ে অপহৰণ হোৱা ১২ ঘণ্টাৰ পিছতে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই নেলীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে গড়মাৰীভুলুকাগুৰি গাঁৱৰ বিজয় পাতৰ আৰু তৰালী বৰদলৈৰ আঢ়ৈ বছৰীয়া কন্যা শিশু চুইটি পাতৰক মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা এগৰাকী মহিলাই অপহৰণ কৰি নিছিল। আৰু এই সমগ্ৰ ঘটনা আবদ্ধ হৈছিল চিকিৎসালয়খনৰ চিচি টিভিৰ কেমেৰাত।

ফলত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি চিকিৎসালয়খনৰ চিচি টিভিৰ কেমেৰাত আবদ্ধ ফুটেজৰ ওপৰত ভিত্তি কৰি অপহৰণকাণ্ডৰ অনুসন্ধান চলাইছিল।

অৱশেষত মৰিগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত নেলীৰ পৰা আঢ়ৈ বছৰীয়া শিশুটিক উদ্ধাৰ কৰাৰ লগতে শিশুটি অপহৰণ কৰা মহিলা গৰাকীকো আটক কৰে।

আনহাতে আটাকধীন শিশু অপহৰণকাৰী মহিলা গৰাকীয়ে দিয়া স্বীকাৰোক্তি অনুসৰি মহিলাগৰাকী সন্তানহীন হোৱাৰ বাবে মহিলাগৰাকীৰ গিৰিয়েকে চলোৱা অত্যাচাৰতে মহিলাগৰাকীয়ে শিশুটি অপহৰণ কৰা বুলি কয়।

প্ৰাপ্ত তথ্য মতে অপহৰণকাৰী মহিলাগৰাকীৰ সন্তান নথকাৰ বাবে গিৰিয়েকে মহিলাগৰাকীক নানা অত্যাচাৰ চলোৱাৰ লগতে বিবাহ বিচ্ছেদৰো ভাবুকি প্ৰদান কৰি আহিছিল।

ইফালে আটকাধীন মহিলা গৰাকীৰ ভাষ্য অনুসৰি মহিলা গৰাকীয়ে ১৮ মে’ত মৰিগাঁও অসামৰিক চিকিৎসালয়ত সম্পৰ্কীয় লোকৰ চিকিৎসাজনিত খবৰ ল’বলৈ গৈছিল। আৰু তেতিয়াই আঢ়ৈ বছৰীয়া শিশুটিৰ মাক-বাপেকৰ সৈতে চিনাকী হয়।

পিছত মহিলা গৰাকীয়ে নিজৰ সন্তান নথকাৰ বাবে আঢ়ৈ বছৰীয়া শিশুটিক চিকিৎসালয়খনৰ পৰা অপহৰণ কৰি নিয়ে।

Recent News

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd