• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাম্প্ৰতিক নিৰ্বাচনত বিধ্বস্ত হোৱাৰ পিছতে আমিনগাঁৱত কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীৰ প্ৰতিবাদ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 5, 2018 8:03 am

1 min read

Protest

প্ৰতিনিধিত্বমূলক চিত্ৰ

68
VIEWS
Share on FacebookShare on Twitter

দেশৰ সাম্প্ৰতিক নিৰ্বাচনত বিধ্বস্ত হোৱা কংগ্ৰেছ দলটো এইবাৰ নিজৰ মাজত হোৱা অন্তৰ্দ্বন্দ্বৰ বাবে ৰাজ্যতো বিধ্বস্ত হোৱাৰ পথত আগবাঢ়িছে।

কামৰূপ জিলাৰ সদৰ আমিনগাঁৱত দেওবাৰে কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীয়ে কৰা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীয়ে তাকেই প্ৰমাণ কৰিছে বুলি একাংশ লোকে মত প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে দেওবাৰে আমিনগাঁৱৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ কৰ্মীসকলে একালৰ প্ৰবল প্ৰতাপী তথা প্ৰাক্তন বন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

দেওবাৰে প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকলে ‘ৰকিবুল হুছেইন মুৰ্দাবাদ, ৰকিবুল হাটাও কংগ্ৰেছ বচাও’ আদি ধ্বনিৰে আমিনগাঁৱৰ আকাশ-বতাহ মুখৰিত কৰি তোলে। তাৰোপৰি প্ৰতিবাদকাৰী সকলে উক্ত প্ৰতিবাদৰ অংশ হিচাপে সমূহীয়া মুণ্ডন কাৰ্যসূচীও ৰূপায়ণ কৰে।

উল্লেখযোগ্য যে যোৱা ২৬ ফেব্ৰুৱাৰিত ৰাজীৱ ভৱনত ৰকিবুল হুছেইনৰ সমৰ্থক বাহিনীয়ে হাজোৰ একাংশ কংগ্ৰেছীক কৰা আক্ৰমণৰ প্ৰতিবাদতে দেওবাৰে শ শ কংগ্ৰেছ কৰ্মী একত্ৰিত হৈ এইদৰে ৰকিবুল হুছেইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলে ৰকিবুল হুছেইনৰ বিৰুদ্ধে  দলে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে বুলি জানিব পৰা গৈছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd