• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাম্প্ৰতিক নিৰ্বাচনত বিধ্বস্ত হোৱাৰ পিছতে আমিনগাঁৱত কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীৰ প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2018 8:03 am
Protest

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ সাম্প্ৰতিক নিৰ্বাচনত বিধ্বস্ত হোৱা কংগ্ৰেছ দলটো এইবাৰ নিজৰ মাজত হোৱা অন্তৰ্দ্বন্দ্বৰ বাবে ৰাজ্যতো বিধ্বস্ত হোৱাৰ পথত আগবাঢ়িছে।

কামৰূপ জিলাৰ সদৰ আমিনগাঁৱত দেওবাৰে কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীয়ে কৰা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীয়ে তাকেই প্ৰমাণ কৰিছে বুলি একাংশ লোকে মত প্ৰকাশ কৰিছে।

Apply Now

উল্লেখযোগ্য যে দেওবাৰে আমিনগাঁৱৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ কৰ্মীসকলে একালৰ প্ৰবল প্ৰতাপী তথা প্ৰাক্তন বন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

দেওবাৰে প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকলে ‘ৰকিবুল হুছেইন মুৰ্দাবাদ, ৰকিবুল হাটাও কংগ্ৰেছ বচাও’ আদি ধ্বনিৰে আমিনগাঁৱৰ আকাশ-বতাহ মুখৰিত কৰি তোলে। তাৰোপৰি প্ৰতিবাদকাৰী সকলে উক্ত প্ৰতিবাদৰ অংশ হিচাপে সমূহীয়া মুণ্ডন কাৰ্যসূচীও ৰূপায়ণ কৰে।

উল্লেখযোগ্য যে যোৱা ২৬ ফেব্ৰুৱাৰিত ৰাজীৱ ভৱনত ৰকিবুল হুছেইনৰ সমৰ্থক বাহিনীয়ে হাজোৰ একাংশ কংগ্ৰেছীক কৰা আক্ৰমণৰ প্ৰতিবাদতে দেওবাৰে শ শ কংগ্ৰেছ কৰ্মী একত্ৰিত হৈ এইদৰে ৰকিবুল হুছেইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলে ৰকিবুল হুছেইনৰ বিৰুদ্ধে  দলে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ ভুৱা পৰিচয়েৰে কোটি কোটি টকাৰ প্ৰৱঞ্চনা, অৰুণাচল আৰক্ষীৰ জালত ঋষিৰাজ বৰকটকী আৰু পত্নী শ্ৰুতি বৰকটকী

মুখ্যমন্ত্ৰীৰ ভুৱা পৰিচয়েৰে কোটি কোটি টকাৰ প্ৰৱঞ্চনা, অৰুণাচল আৰক্ষীৰ জালত ঋষিৰাজ বৰকটকী আৰু পত্নী শ্ৰুতি বৰকটকী

June 29, 2026 4:33 pm
মুকলিকৈ চলিছে অবৈধ তীৰৰ ঘাটি! ধুবুৰীত জুৱাৰীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাত ক্ষোভিত ৰাইজ

মুকলিকৈ চলিছে অবৈধ তীৰৰ ঘাটি! ধুবুৰীত জুৱাৰীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাত ক্ষোভিত ৰাইজ

June 29, 2026 4:23 pm
আৰ্জেণ্টিনাৰ মেচৰ আগতে বিপৰ্যয়! কেপ ভাৰ্ডেৰ অধিনায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ, কি ক’লে ফিফাই?

আৰ্জেণ্টিনাৰ মেচৰ আগতে বিপৰ্যয়! কেপ ভাৰ্ডেৰ অধিনায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ, কি ক’লে ফিফাই?

June 29, 2026 3:34 pm
ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

June 29, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ ভুৱা পৰিচয়েৰে কোটি কোটি টকাৰ প্ৰৱঞ্চনা, অৰুণাচল আৰক্ষীৰ জালত ঋষিৰাজ বৰকটকী আৰু পত্নী শ্ৰুতি বৰকটকী

মুখ্যমন্ত্ৰীৰ ভুৱা পৰিচয়েৰে কোটি কোটি টকাৰ প্ৰৱঞ্চনা, অৰুণাচল আৰক্ষীৰ জালত ঋষিৰাজ বৰকটকী আৰু পত্নী শ্ৰুতি বৰকটকী

June 29, 2026 4:33 pm
মুকলিকৈ চলিছে অবৈধ তীৰৰ ঘাটি! ধুবুৰীত জুৱাৰীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাত ক্ষোভিত ৰাইজ

মুকলিকৈ চলিছে অবৈধ তীৰৰ ঘাটি! ধুবুৰীত জুৱাৰীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাত ক্ষোভিত ৰাইজ

June 29, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd