• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুযোগ্য নেতা প্ৰয়াত দেৱ কুমাৰ বৰাক স্মৰণ সদৌ অসম কৰ্মচাৰী পৰিষদৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 1, 2018 11:25 am

1 min read

DebaKumarBora
68
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টাৰ পদত সফলতাৰে কাৰ্য্য নিৰ্বাহ কৰা প্ৰয়াত দেৱ কুমাৰ বৰাক তেওঁৰ মৃত্যু দিৱসটোত সশ্ৰদ্ধাৰে স্মৰণ কৰে সদৌ অসম কৰ্মচাৰী পৰিষদে।

উল্লেখযোগ্য যে  ২০১১ চনৰ ৩১ মাৰ্চৰ পুৱতি নিশা এটা পথ দুৰ্ঘটনাত দেৱ কুমাৰ বৰাৰ মৃত্যু হৈছিল। সেইদিনা তেওঁ গুৱাহাটীৰ পৰা গৃহ চহৰ যোৰহাটলৈ গৈ আছিল। কাজিৰঙাৰ ওচৰৰ ৰঙাজানত তেওঁ যোৱা বলেৰ’ গাড়ীখন দুৰ্ঘটনাত পতিত হৈছিল।

দেৱ কুমাৰ বৰাৰ মৃত্যু দিৱসটো সদৌ অসম কৰ্মচাৰী পৰিষদে প্ৰতি বছৰে শ্ৰদ্ধাৰে সুঁৱৰি আহিছে। কালিৰ সোঁৱৰণি অনুষ্ঠানটো সদৌ অসম কৰ্মচাৰী পৰিষদৰ বহুকেইজন বিষয়ববীয়াই বৰাক তেওঁলোকৰ এজন অন্যতম বান্ধৱ তথা শুভাকাংক্ষী আছিল বুলি মন্তব্য কৰে। পৰিষদৰ সভাপতি বাসৱ চন্দ্ৰ কলিতাই দেৱ কুমাৰ বৰাৰ সৈতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ আত্মিক সম্পৰ্ক আছিল বুলি মন্তব্য কৰে।

অনুষ্ঠানটোত সদৌ অসম অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰী পৰিষদৰ সম্পাদক খগেন ডেকা, সদৌ কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান ফকৰুদ্দিন আহমেদ, যুটীয়া সম্পাদক দ্বীপেন শৰ্মা, শ্যামন্ত দাস, গুৱাহাটী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি তপন গোস্বামীও উপস্থিত আছিল।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বৰা অসম আন্দোলনৰো এজন অগ্ৰণী নেতা আছিল। আনহাতে তেওঁ কিছু দিন ধৰি দৈনিক জনমভূমি নামৰ দৈনিক কাকতখনৰ সম্পাদকো আছিল।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd