DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, December 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সোণাৰিৰ তাওকাক নদীত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 7, 2017 5:59 pm
Mother massaging baby in bed at home

Mother massaging baby in bed at home

111
VIEWS
Share on FacebookShare on Twitter

মাতৃত্ব তথা মানৱতাক ভূ-লুণ্ঠিত কৰি এটি নৱজাতকক কোনোবা কাঠচিতীয়াই নিক্ষেপ কৰিলে নদীত। এই ঘটনা সংঘটিত হৈছে চৰাইদেউ জিলাৰ সোণাৰিত। আজি ৰাতিপুৱা স্থানীয় ৰাইজে নৱজাতকটিৰ মৃতদেহ তাওকাক নদীৰ দলঙৰ তলত পৰি থকা দেখা পাই উদ্ধাৰ কৰি আনে। অপত্যস্নেহৰ টান উপেক্ষা কৰি কোনো পাষাণ হৃদয়ৰ মাতৃয়ে মুখলজ্জা ঢাকিবলৈ এই কাৰ্য কৰা বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে। কোনো মহিলাই স্থানীয় হস্পিটেলত গোপনে নৱজাতকটিক জন্ম দি আন্ধাৰৰ সুযোগ লৈ তাওকাক নদীৰ দলঙৰ তলত পেলাই থৈ যাই বুলি স্থানীয় লোকে  সন্দেহ কৰিছে। স্থানীয় লোকসকলে শিশুটিক উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এই সন্দৰ্ভত তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিছে। আনহাতে নৱজাতকৰ মৃতদেহ উদ্ধাৰে সৰু নগৰখনত যে অনৈতিক কাৰ্যকলাপ সততে সংঘটিত হৈ আছে তাৰেই প্ৰমাণ বুলিও স্থানীয় লোকসকলে মন্তব্য দিছে।

Recent News

তদন্ত আদৰণীয় যদিও বিষয়টো গুৰুতৰ; পান্নুন হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগক লৈ ক্ষোভ আমেৰিকাৰ!

তদন্ত আদৰণীয় যদিও বিষয়টো গুৰুতৰ; পান্নুন হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগক লৈ ক্ষোভ আমেৰিকাৰ!

প্ৰকাশ পালে সন্তোষ ট্ৰফীৰ ফাইনেল ৰাউণ্ডৰ গ্ৰুপ বিভাগ; কোন গ্ৰুপত কাৰ লগত থাকিল অসম?

প্ৰকাশ পালে সন্তোষ ট্ৰফীৰ ফাইনেল ৰাউণ্ডৰ গ্ৰুপ বিভাগ; কোন গ্ৰুপত কাৰ লগত থাকিল অসম?

লোকসভা নিৰ্বাচনৰ বাবে কৌশল ৰচনাৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ১৫টা বিৰোধী দলৰ বৈঠক

লোকসভা নিৰ্বাচনৰ বাবে কৌশল ৰচনাৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ১৫টা বিৰোধী দলৰ বৈঠক

আজিৰে পৰা সলনি হৈছে ছিম ক্ৰয়ৰ নতুন নিয়ম; নামানিলে ১০ লাখ টকা জৰিমনা, হ’ব পাৰে জেল

আজিৰে পৰা সলনি হৈছে ছিম ক্ৰয়ৰ নতুন নিয়ম; নামানিলে ১০ লাখ টকা জৰিমনা, হ’ব পাৰে জেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd