DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সোনাপুৰত যোগদল হত্যাকাণ্ডৰ তদন্ত সন্দৰ্ভত ৰাজহুৱা সাক্ষ্যদানৰ ব্যৱস্থা চি আই ডিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2017 12:02 pm
147
VIEWS
Share on FacebookShare on Twitter

যোগদল হত্যাকাণ্ডৰ তদন্তৰ ক্ষেত্ৰত চি আই ডিৰ দলে এক বিশেষ ব্যৱস্থা হাতত লৈছে। মন কৰিব লগীয়া যে ২০০৯ চনতে সংঘটিত লোমহৰ্ষক যোগদল হত্যাকাণ্ড সন্দৰ্ভত  চি আই ডিৰ এটা দলে তদন্তৰ বাবে সোনাপুৰ গড়কাপ্তানী বাংলোত ৰাজহুৱা সাক্ষ্যৰ বিশেষ শিবিৰৰ ব্যৱস্থা কৰিছে।  জানিব পৰা মতে ১৫ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ  সোণাপুৰত এই ৰাজহুৱা সাক্ষ্যৰ ব্যৱস্থা কৰিছে | এই সাক্ষ্যৰ শিবিৰতে  যোগদল হত্যাকাণ্ডৰ বিষয়ে তদন্তকাৰী বিষয়াসকলক ৰাইজে পোনপটীয়াভাৱে তথা ফোনযোগে এই নম্বৰত ৯৪০১৫১৫৬০৭ তথ্য দিব পাৰিব । আনহাতে তথ্য দিয়া ৰাইজৰ পৰিচয় গোপনে ৰখা হ’ব বুলি তদন্তকাৰী বিষয়া সকলে জানিব দিছে।

উল্লেখযোগ্য যে বিগত ৮ বছৰৰ আগতে সংঘটিত যোগদলৰ একেটা পৰিয়ালৰ ৫ জন লোকৰ হত্যাকাণ্ডৰ তদন্ত স্থবিৰ হৈ আছিল কিন্তু হঠাৎ ৬ ডিচেম্বৰৰ নিশা দুজন আৰক্ষী বিষয়াৰ  গ্ৰেপ্তাৰৰ পিছতে এই হত্যাকাণ্ডৰ তদন্তৰ গতি ক্ষিপ্ৰতাৰে আগবাঢ়িছে। লক্ষণীয় যে দুয়োজন বিষয়াকে প্ৰমাণ নস্ত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। আনহাতে ১৫ ডিচেম্বৰৰ পৰা হ’ব লগীয়া এই সাক্ষ্যৰ শিবিৰৰ পাছতে যোগদল হত্যাকাণ্ডৰ তদন্ত ক্ষিপ্ৰতাৰে আগবঢ়াৰ লগতে হত্যা সন্দৰ্ভত অধিক তথ্য পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে।

 

 

Recent News

চৰকাৰেই জগৰীয়া; উন্নয়নৰ নামত কৰা অপৰিকল্পিত কামৰ বাবেই গুৱাহাটীত মৃত্যু ছাত্ৰী প্ৰিয়া কুমাৰীৰ: ডি ৱাই এফ আই

চৰকাৰেই জগৰীয়া; উন্নয়নৰ নামত কৰা অপৰিকল্পিত কামৰ বাবেই গুৱাহাটীত মৃত্যু ছাত্ৰী প্ৰিয়া কুমাৰীৰ: ডি ৱাই এফ আই

মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: চিচিটিভি ফুটেজ ‘ফাদিল’ কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন

মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: চিচিটিভি ফুটেজ ‘ফাদিল’ কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন

‘চকুৰ টিপ’ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় ক’লে, ‘স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা’

‘চকুৰ টিপ’ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় ক’লে, ‘স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা’

ট্ৰাম্পৰ প্ৰচাৰকে ধৰি বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ চিএনএনৰ মুৰব্বী ক্ৰিছ লিচৰ পদত্যাগ

ট্ৰাম্পৰ প্ৰচাৰকে ধৰি বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ চিএনএনৰ মুৰব্বী ক্ৰিছ লিচৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd