DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মিজোৰাম

স্ক্ৰাব টাইফাচত আক্ৰান্ত মিজোৰামৰ গৃহ মন্ত্ৰী আৰ লালজিৰলিয়ানা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 15, 2018 3:47 pm
স্ক্ৰাব টাইফাচ
71
VIEWS
Share on FacebookShare on Twitter

মিজোৰামত গুৰুতৰ ৰূপ ধাৰণ কৰা স্ক্ৰাব টাইফাচ ৰোগত আক্ৰান্ত হৈ ৰাজ্যখনৰ গৃহ মন্ত্ৰী আৰ লালজিৰলিয়ানা দূতলাঙত অৱস্থিত প্ৰেছবিটেৰিয়ান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। অৱশ্যে চিকিৎসালয় কৰ্তৃপক্ষৰ ফালৰ পৰা জনোৱা অনুসৰি গৃহ মন্ত্ৰী গৰাকী বৰ্তমান সুস্থ হৈ আহিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে আইজল জিলাৰ ফুলেন গাঁৱত যোৱা বছৰৰ ডিচেম্বৰৰ শেষৰফালে প্ৰাদুৰ্ভাৱ ঘটা উক্ত ৰোগটো বৰ্তমান ৰাজ্যখনৰ বিভিন্ন অঞ্চললৈ বিয়পি পৰিছে। এতিয়ালৈকে ৰোগটোৰ ফলত এজন লোক নিহত হোৱাৰ লগতে প্ৰায় ৭০ জন লোক আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

যোৱা সপ্তাহত স্ক্ৰাব টাইফাচ ৰোগত আক্ৰান্ত বুলি ধৰা পৰা আৰ লালজিৰলিয়ানাক আইজল অসমাৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছত তেওঁক উন্নত চিকিৎসাৰ বাবে দূতলাঙৰ প্ৰেছবিটেৰিয়ান চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

বিশেষ এবিধ চিকৰাৰ পৰা সংক্ৰমিত হোৱা উক্ত ৰোগটোৰ ফলত ৰাজ্যখনত ২০১২ চনৰ পৰা ৩৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৯০০ জনতকৈ অধিক লোক আক্ৰান্ত হোৱা বুলি ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে।

 

 

Recent News

আজি বৰপেটা কৃষ্ণ গুৰু সেৱা শ্ৰমৰ কীৰ্ত্তনত অংশ ল’ব নৰেন্দ্ৰ মোডীয়ে

আজি বৰপেটা কৃষ্ণ গুৰু সেৱা শ্ৰমৰ কীৰ্ত্তনত অংশ ল’ব নৰেন্দ্ৰ মোডীয়ে

আজি মুকলি কৰা হ’ব কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠি

আজি মুকলি কৰা হ’ব কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠি

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd