DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্থানীয় বাসিন্দাৰ প্ৰমাণ দিয়াত ডিটেনশ্যন কেম্পৰ পৰা অন্ন বালা ৰয়ক মুক্তি

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
July 5, 2018 9:44 pm
IMG-20180705-WA0015
84
VIEWS
Share on FacebookShare on Twitter

যোৱা ২৩ জুন তাৰিখে ডিটেনশ্যন কেম্পলৈ পঠোৱা অন্ন বালা ৰয়ক আজি মুক্তি দিয়া হয়।  চল্লিশ বছৰ বয়সীয়া এইগৰাকী মহিলাই নিজৰ নাগৰিকত্বৰ প্ৰমাণ সম্বলিত নথি-পত্ৰ ন্যায়ালয়ত দেখুৱাব নোৱাৰাত তেওঁক বিদেশী নাগৰিক বুলি গ্ৰেপ্তাৰ কৰি ডিটেনশ্যন কেম্পলৈকে প্ৰেৰণ কৰা হৈছিল।

কালি চিৰাং জিলাৰ পুব অংকোৰবাৰী নিবাসী এই মহিলাগৰাকীৰ স্বামীয়ে মহিলাগৰাকীৰ ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ সম্বলিত নথিপত্ৰ বিদেশী ন্যায়াধিকৰণখনত দাখিল কৰাৰ পাছত বিদেশী ন্যায়াধিকৰখনেণে তেওঁ আজি মুক্তি দিয়াৰ নিৰ্দেশ দিছিল।

লগতে বিদেশী ন্যায়াধিকৰণখনে লগতে অন্ন বালা ৰয়ক শুকুৰবাৰ বা তাৰ আগতে ন্যায়াধিকৰণত নাগৰিকত্বৰ প্ৰমাণপত্ৰ সম্বলিত তথ্যসহ হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।

৫টা দিনত ধাৰাবাহিকভাৱে নাগৰিকত্ব প্ৰমাণৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ লৈ ন্যায়ালয়ত হাজিৰ হোৱাত ব্যৰ্থ হোৱা বাবেই খিলঞ্জীয়া হোৱা সত্তেও অন্ন বালা ৰয়ক ন্যায়াধিকৰণখনে জানুৱাৰিৰ ২ তাৰিখে বিদেশী নাগৰিক বুলি ঘোষণা কৰিছিল।

ন্যায়াধিকৰণখনে ২০১৭ৰ অক্টোবৰত তেওঁৰ নাগৰিকত্ব প্ৰমাণৰ বাবে তেওঁলৈ জাননী প্ৰেৰণ কৰিছিল আৰু তেওঁ তাত ব্যৰ্থ হৈছিল। তাৰ পাছত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল আৰু কোকৰাঝাৰৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছিল।

সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই তেওঁৰ মুক্তি বিচাৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল।

আক্ৰাছুৰ সম্পাদক গোকুল বৰ্মনে অন্ন বালা ৰয়ৰ গ্ৰেপ্তাৰ কৰি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ আৰু খিলঞ্জীয়া লোকক ডি ভোটাৰ সজোৱাৰ এটা ষড়যন্ত্ৰ বুলি অভিহিত কৰিছিল।

তেওঁ খিলঞ্জীয়া লোকক হাৰাশাস্তি কৰাটো বন্ধ কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছিল।

সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপদেষ্টা হিতেশ্বৰ বৰ্মনে কৈছিল যে অন্ন বালা ৰয় হৈছে চৰকাৰে ডি ভোটাৰ সজোৱা সম্প্ৰদায়টোৰ দ্বিতীয়টো উদাহৰণ।

তেওঁ আৰু কয়, ‘‘আমি এই ভূমিৰ খিলঞ্জীয়া বাসিন্দা আৰু আমাক হাৰাশাস্তি কৰা অনুচিত।

Recent News

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd